'বিকাশৰ ১২ দিন ' কাৰ্যসূচীৰ অংশস্বৰূপে আজি হোজাইৰ শ্ৰীমন্ত শঙ্কৰদেৱ নগৰস্থিত কাছাৰী ময়দানত অনুষ্ঠিত হৈ সভা।সভাত মন্ত্ৰী পীয়ুজ হাজৰিকা উপস্থিত থাকি হিতাধিকাৰি সকলৰ মাজত বিতৰন কৰে সাহায্য। উক্ত সভাত জৰিয়তে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ চাৰ্টিফিকেট,বানত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য,আত্মসহায়ক গোটলৈ প্ৰাৰম্ভিক মূলধন প্ৰদানকে ধৰি বহু কেইখন আঁচনিৰ সাহায্য প্ৰদান কৰে । উল্লেখ্য যে "বিকাশৰ ১২ দিন " কাৰ্যসূচীত লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাৰ জৰিয়তে ১২ হাজাৰতকৈও অধিক লোকে সাহায্য লাভ কৰিব বুলি মন্তব্য কৰিছে মন্ত্ৰী পিযুষ হাজৰিকাই
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જુનાગઢ વડાપ્રધાન ના આગમનને લઇ કૃષી યુનિવર્સિટી ખાતે યોજાઇ પ્રેસ કોન્ફરન્સ
જુનાગઢ વડાપ્રધાન ના આગમનને લઇ કૃષી યુનિવર્સિટી ખાતે યોજાઇ પ્રેસ કોન્ફરન્સ
Delhi Water Crisis: पानी की किल्लत को लेकर दिल्ली में सियासी घमासान, मंत्री आतिशी ने बुलाई बैठक
Delhi Water Crisis: पानी की किल्लत को लेकर दिल्ली में सियासी घमासान, मंत्री आतिशी ने बुलाई बैठक
માતર ખાતે ઉઢેલા અને સધાણા ગામ આગેવાનો સહિત શાંતિ સમિતિ ની બેઠક યોજાઇ
આવતા દિવસો માં મુસ્લિમ સમાજ નો મોટો ઈદ એ મિલાદ તહેવાર આવી રહ્યો છે તેના અનુસંધાન માં માતર ખાતે...
निवाई पुलिस की बडी कार्रवाई, अवैध हथियारों के साथ 2 गिरफ्तार, 2 पिस्टल मय मैग्जिन, 10 जिन्दा कारतूस, 2 खाली मैग्जिन, एक कार व एक बाईक जब्त
पुलिस अधीक्षक संजीव नैन के निर्देशों पर आम्र्स एक्ट के तहत अवैध हथियारों के खिलाफ चलाए जा रहे...
হোজাই জিলা বাতিলৰ সিদ্ধান্তৰ বিৰোধীতা কৰি মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ডবকাৰ লগতে নটা স্থানত আমছুৰ উত্তাল প্ৰতিবাদ ৷ চৰকাৰে লোৱা সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহবান হোজাই জিলা আমছুৰ, অন্যথাই ধাৰাবাহিক আন্দোলনৰ হুংকাৰ
হোজাই জিলা বাতিলৰ বিৰুধীতাৰে আজি ডবকাৰ ৰাজপথ কপালে হোজাই জিলা আমছুৱে ৷
দুই শতাধিক আমছুৰ...