মাজুলীত 'সমগ্ৰ শিক্ষাৰ আচনিত ভয়াবহ দুৰ্নীতি। বিগত তিনি বছৰে পেলাই থলে ১,৮০,৯১,৪১৩ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰিব লগা এই অভিলাষী আচনিৰ নিৰ্মানৰ কাম । মেছাৰ্ছ ষ্টাৰ এন্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানে সংঘটিত কৰিছে দুৰ্নীতি । তদন্তৰ দাবী জনাইছে বিদ্যালয়ৰ শিক্ষক সকলে ।