অৰুণোদয় আঁচনিৰ হিতাধিকাৰি বাছনি অথবা অন্তৰ্ভুক্তিৰ নামত হোজাইত চলিছে ব্যাপক অনিয়ম। ইয়াকে লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুঠৰ ওপৰত চৰকাৰে যদি বিনামূলীয়া দিছে আঁচনি। সেই আঁচনিৰ নামত মধ্যভোগীয়ে কৰিছে ধন সংগ্ৰহ। মধ্যভোগীয়ে ধন লৈ হিতাধিকাৰিৰ নাম সন্নিবিষ্ট কৰাত কোমৰাকটা গাঁও পঞ্চায়ত কাৰ্য্যলয়ত সৃষ্টি হৈ উত্তেজনাৰ। হিতাধিকাৰীৰ স্পষ্ট অভিযোগ। অৰুনোদয় আঁচনিত নাম ভৰাবলৈ দিব লাগে 50 টকাকৈ। সেই টকাৰ পৰা 10 টকা এটা কম হলেও সন্নিবিষ্ট নকৰে নাম। ফলত ৰাইজে এনেদৰে এক উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি কৰি উচিত তদন্তৰ জনাইছে দাবী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়া জিলা অগপৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব গ্ৰহণ জিলা অগপৰ জেষ্ঠ নেতা অশোক শৰ্মাৰ ।
শুক্ৰবাৰে তিনিচুকীয়া জিলা অগপৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে জিলা অগপৰ জেষ্ঠ নেতা...
মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম সন্দৰ্ভত উপাচাৰ্যৰ মন্তব্য
মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম সন্দৰ্ভত উপাচাৰ্যৰ মন্তব্য
રાજુલા ખાતે ધારાસભ્ય અમરીશ ડેરને ફરી એકવાર ધારાસભ્ય પદે ચુંટી કાઢવા હાંકલ
રાજુલા ખાતે ધારાસભ્ય અમરીશ ડેરને ફરી એકવાર ધારાસભ્ય પદે ચુંટી કાઢવા હાંકલ
Deesa #આજ રોજ 26 નવેમ્બરરે ડીસા ખાતે બાબા આંબેડકર ને ફૂલ અર્પણ કરી બંધારણ દિવસ ની ઉજવણી કરાઈ
Deesa #આજ રોજ 26 નવેમ્બરરે ડીસા ખાતે બાબા આંબેડકર ને ફૂલ અર્પણ કરી બંધારણ દિવસ ની ઉજવણી કરાઈ
सिविल-मिलिट्री स्पोर्ट्स चैंपियनशिप का समापन,सेना ने जीता मुकाबला
जालीपा सैन्य स्टेशन पर कारगिल विजय दिवस की रजत जयंती महोत्सव के उपलक्ष्य सिविल-मिलिट्री स्पोर्ट्स...