অৰুণোদয় আঁচনিৰ হিতাধিকাৰি বাছনি অথবা অন্তৰ্ভুক্তিৰ নামত হোজাইত চলিছে ব্যাপক অনিয়ম। ইয়াকে লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুঠৰ ওপৰত চৰকাৰে যদি বিনামূলীয়া দিছে আঁচনি। সেই আঁচনিৰ নামত মধ্যভোগীয়ে কৰিছে ধন সংগ্ৰহ। মধ্যভোগীয়ে ধন লৈ হিতাধিকাৰিৰ নাম সন্নিবিষ্ট কৰাত কোমৰাকটা গাঁও পঞ্চায়ত কাৰ্য্যলয়ত সৃষ্টি হৈ উত্তেজনাৰ। হিতাধিকাৰীৰ স্পষ্ট অভিযোগ। অৰুনোদয় আঁচনিত নাম ভৰাবলৈ দিব লাগে 50 টকাকৈ। সেই টকাৰ পৰা 10 টকা এটা কম হলেও সন্নিবিষ্ট নকৰে নাম। ফলত ৰাইজে এনেদৰে এক উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি কৰি উচিত তদন্তৰ জনাইছে দাবী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মণীষ ছিচডিয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ সম্বিত পাত্ৰৰ
নতুন দিল্লী, ১৩ আগষ্ট। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ...
Kia EV6 के चार्जिंग कंट्रोल यूनिट में आई खराबी, कंपनी ने 1,100 से ज्यादा यूनिट किया रिकॉल
किआ ने अपनी इलेक्ट्रिक कार Kia EV6 के 1100 से ज्यादा यूनिट को रिकॉल किया है। कंपनी की तरफ से इतनी...
মাৰোৱাৰী যুৱ মঞ্চ, মৰাণহাট শাখাৰ উদ্যোগত স্বৰ্গীয় ৰাজকুমাৰ আগৰৱালা সোঁৱৰণত হিংৰিজান ৰাধা কৃষ্ণ মন্দিৰত বিশুদ্ধ তথা শীতল খোৱা পানী মেচিনৰ শুভ উদ্বোধন
শুভ নিৰ্জলা একাদশী upolokhe হিংৰিজান ৰাধা কৃষ্ণ মন্দিৰ প্ৰাংগণত মন্দিৰ পৰিচালনা সমিতিৰ আবেদন...
રાધનપુર : મહેમદાવાદના યુવાને ૧ વર્ષીય પુત્રીને રક્તદાન કર્યું | SatyaNirbhay News Channel
રાધનપુર : મહેમદાવાદના યુવાને ૧ વર્ષીય પુત્રીને રક્તદાન કર્યું | SatyaNirbhay News Channel
રાધનપુર : જીઆઇડીસી ખાતે કોલસાના વેપારીનું ચીટીંગ | SatyaNirbhay News Channel
રાધનપુર : જીઆઇડીસી ખાતે કોલસાના વેપારીનું ચીટીંગ | SatyaNirbhay News Channel