মানুহজনৰ নাম চৈয়দ আব্দুল জব্বৰ,বৰভাগৰ ৪৯(৩)নং গাওঁ পঞ্চায়ত এলেকাৰ ৰাইমাধা গাওঁৰ নিসস্তান বৃদ্ধ৷ এখন ভগ্ন টিনৰ চালিত পত্নী সহ দুৰ্বসহ জীৱন কতাই আছে৷এওঁৰ নামত ২০১১ চনৰ তালিকা মতে ঘৰ আহিছিল,কিন্তু কিবা ৰহস্যজনক কাৰনত ঘৰটো নহল৷জব্বৰে গাওঁ পঞ্চায়তৰ সভাপতি আৰু খণ্ড উন্নয়ন বিষয়াৰ ওচৰত গৈছে৷তেওঁলোকে হব এইবাৰ দিম বুলি আশ্বাস দি দিন নিয়াইছে৷ঘৰটো বৰ্তমানলৈ হোৱা নাই৷ৰাইজে অনতি পলমে এওঁলোকক এটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিবলৈ জন প্ৰতিনিধি তথা চৰকাৰক দাবী জনাইছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજસ્થાન: રામદેવરા જતા 10 રાહદારીઓને ટ્રેલરે કચડી નાખ્યા, 5ના મોત, અન્યની હાલત ગંભીર
પોલી રાજસ્થાનના જોધપુર ડિવિઝનના પાલી જિલ્લામાં રવિવારે રાત્રે એક ભયાનક માર્ગ અકસ્માતમાં પાંચ...
Another Liquor Scam by AAP Government
Delhiites are being forced to buy unknown Punjab based liquor brands while premium brands vanish....
বৰমাত সমন্বয়ী কলাকেন্দ্ৰৰ উদ্যোগত বিহু নাচ আৰু বিহু ঢোলৰ ৭ দিনীয়া কৰ্মশালাৰ আৰম্ভ
Barama Bihu dance
অসমৰ আকাশে-বতাহে এতিয়া ঢোলৰ গুমগুমণি । আৰম্ভ হৈছে আখৰা,...
સુરેન્દ્રનગર જીલ્લા કલેકટર કચેરી ખાતે આંગણવાડી વર્કર બહેનોએ કરી ઉગ્ર રજૂઆત | Daily Gujarat News
સુરેન્દ્રનગર જીલ્લા કલેકટર કચેરી ખાતે આંગણવાડી વર્કર બહેનોએ કરી ઉગ્ર રજૂઆત | Daily Gujarat News...