১ আগষ্টৰ পৰা প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ বৃদ্ধি। এইবাৰ বৃদ্ধি পাব গাখীৰৰ দাম। ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ। অহা ১ আগষ্টৰ পৰা ৫ টকাকৈ প্ৰতি লিটাৰ গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত বৃহত্তৰ গুৱাহাটী গৌ পালক সংস্থাৰ। পূৰ্বতে গাখীৰৰ খুটি মূল্য আছিল ৫০ টকা। অহা ১ আগষ্টৰ পৰা খুটি মূল্য ৫ টকা বৃদ্ধি কৰি ৫৫ টকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৌ পালক সন্থাই।যাৰ ফলত এতিয়া গুৱাহাটী মহানগৰীত গাখীৰৰ পাইকাৰী মূল্য ৬৫টকালৈ বৃদ্ধি পাব।উল্লেখ্য যে গুৱাহাটী গৌ পালক সংন্থাৰ অধীনত ১০৫০খন ফাৰ্ম আছে। এই ফাৰ্মৰ পৰা প্ৰতিদিনে উৎপাদন হয় ১ লাখ ৫১ হাজাৰ ২০০ লিটাৰ গাখীৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मगरीने केला गायवर हल्ला, पण गायने काय केल बघा... | Viral Video | Hpn Marathi News
मगरीने केला गायवर हल्ला, पण गायने काय केल बघा... | Viral Video | Hpn Marathi News
સલાયાથી ગોઈંજ તરફ જતા માર્ગ પર આવેલા 5 કોઝવે પર પાણી ફરી વળ્યા
સલાયાથી ગોઈંજ તરફ જતા માર્ગ પર આવેલા 5 કોઝવે પર પાણી ફરી વળ્યા
University of Science and Technology, Meghalaya ত অষ্টম সমাৱৰ্তন অনুষ্ঠান
University of Science and Technology, Meghalaya ত অষ্টম সমাৱৰ্তন অনুষ্ঠান
કોફી વિથ કરણ: કરણ જોહરે જણાવ્યું કે તે કયા 2 સેલેબ્સને શોમાં ક્યારેય આમંત્રિત કરશે નહીં
કરણ જોહરનો શો કોફી વિથ કરણ ઘણો લોકપ્રિય છે. આ શો ઘણા વર્ષોથી ચાલી રહ્યો છે અને હજુ પણ દર્શકો...
ડીસા તાલુકા પંચાયતની સરપ્રાઈઝ વિઝીટ લેતા જિલ્લા વિકાસ અધિકારી
ડીસા તાલુકા પંચાયતની સરપ્રાઈઝ વિઝીટ લેતા જિલ્લા વિકાસ અધિકારી