১ আগষ্টৰ পৰা প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ বৃদ্ধি। এইবাৰ বৃদ্ধি পাব গাখীৰৰ দাম। ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ। অহা ১ আগষ্টৰ পৰা ৫ টকাকৈ প্ৰতি লিটাৰ গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত বৃহত্তৰ গুৱাহাটী গৌ পালক সংস্থাৰ। পূৰ্বতে গাখীৰৰ খুটি মূল্য আছিল ৫০ টকা। অহা ১ আগষ্টৰ পৰা খুটি মূল্য ৫ টকা বৃদ্ধি কৰি ৫৫ টকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৌ পালক সন্থাই।যাৰ ফলত এতিয়া গুৱাহাটী মহানগৰীত গাখীৰৰ পাইকাৰী মূল্য ৬৫টকালৈ বৃদ্ধি পাব।উল্লেখ্য যে গুৱাহাটী গৌ পালক সংন্থাৰ অধীনত ১০৫০খন ফাৰ্ম আছে। এই ফাৰ্মৰ পৰা প্ৰতিদিনে উৎপাদন হয় ১ লাখ ৫১ হাজাৰ ২০০ লিটাৰ গাখীৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અનુસૂચિત જનજાતિના ખોટા પ્રમાણ પત્રો લેવા અને આપવાવાળા વિરુદ્ધ કાર્યવાહી કરવા આવેદન Spark Today News
અનુસૂચિત જનજાતિના ખોટા પ્રમાણ પત્રો લેવા અને આપવાવાળા વિરુદ્ધ કાર્યવાહી કરવા આવેદન Spark Today News
હાલોલ પંથકમાં મેઘરાજાની ધમાકેદાર બેટિંગ,સર્વત્ર જળબંબાકાર, હાલોલનો ટોટલ કેટલો વરસાદ નોંધાયો વાંચો સંપૂર્ણ અહેવાલ.
હાલોલ તાલુકા પંથકમાં મેઘરાજાએ લાંબા સમય સુધી વિરામ લીધા બાદ ફરી એકવાર દસ્તક દીધા છે અને...
ડીસા થરાદ હાઇવે ઉપર ફરીથી તસ્કરોએ તરખાટ મચાવ્યો પાંચથી વધુ દુકાનો નિશાન બનાવતાં ચકચાર
ડીસા થરાદ હાઇવે ઉપર ફરીથી તસ્કરોએ તરખાટ મચાવ્યો પાંચથી વધુ દુકાનો નિશાન બનાવતાં ચકચાર
জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ জোঁৰ সমদল
◼️জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ জোঁৰ সমদল
◼️মাজুলী জিলা চুতীয়া...
মুখ্যমন্ত্ৰীয়ে বিবাহৰ সময় আৰু সন্তান জন্মৰ ওপৰত কৰা মন্তব্যক তীব্ৰ সমালোচনা প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাৰ
মুখ্যমন্ত্ৰীয়ে বিবাহৰ সময় আৰু সন্তান জন্মৰ ওপৰত কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে প্ৰাক্তন...