ৰাজ্যৰ স্কুল বাছসমূহত CCTV কেমেৰা স্থাপন কৰিবলৈ নিৰ্দেশ পৰিবহণ বিভাগৰ। চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়ৰ স্কুল বাছত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ অসম পৰিবহণ বিভাগৰ। স্কুল বাছত ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ এই নিৰ্দেশ। ৰাজ্যৰ স্কুল বাছৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে নতুন নিৰ্দেশনা গৃহীত কৰাৰ পিছতে এই নিৰ্দেশ জাৰি পৰিবহণ বিভাগৰ। ইয়াৰ উপৰিও সকলো বাছতে জিপিএছ ডিভাইচ স্থাপন কৰাৰ লগতে বাধ্যতামূলকভাৱে প্ৰাথমিক চিকিৎসাৰ কিট ৰাখিবলৈও নিৰ্দেশ। যিকোনো নিৰ্দেশনা উলংঘা কৰিলে ১০ হাজাৰ টকা জৰিমনা বিহা হ’ব বুলিও পৰিবহণ বিভাগে সতৰ্ক কৰি দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
महिलाओ को वित्तीय एवं डिजिटल साक्षरता बारे में प्रशिक्षित किया केशव राय पाटन
महिलाओ को वित्तीय एवं डिजिटल साक्षरता बारे में प्रशिक्षित किया
केशव राय पाटन अटल सेवा...
मी आता मैदानात उतरलोय; काय होईल ते बघून घेऊ : चंद्रकांत खैरे
औरंगाबाद : मी आता मैदानात उतरलोय, काय होईल ते बघून घेऊ, असे थेट आव्हान शिवसेना नेते चंद्रकांत...
ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰ লগতে লৰুৱা মৌজাৰ অন্তৰ্গত বুঢ়ী দিহিংৰ পাৰত অৱস্থিত প্ৰায় ৮০০ বিঘা ভূমিৰ ঐতিহাসিক শ্ৰী শ্ৰী দিহিং সত্ৰৰ ভূমিত এটি ভগৱান শ্ৰীকৃষ্ণ মূৰ্তি উদ্ধাৰ হৈছে।
আহোম ৰজাৰ ৰজাত্বৰ সময়ত স্বৰ্গদেউ ৰুদ্ৰ সিংহই সত্ৰৰ মাটিখিনি দান কৰিছিল।
১৬০০ খ্ৰীষ্টিব্দত...
ગુજરાત રાજ્ય માર્ગ વાહન વ્યવહાર નિગમ દ્વારા 'શ્રી ૫૧ શક્તિપીઠ પરિક્રમા મહોત્સવ' અંબાજી માટે વિનામૂલ્યે મુસાફરીની વિશેષ વ્યવસ્થા કરાઇ..
ગુજરાત રાજ્ય માર્ગ વાહન વ્યવહાર નિગમ દ્વારા 'શ્રી ૫૧ શક્તિપીઠ પરિક્રમા મહોત્સવ' અંબાજી માટે...
નવરાત્રી ના છેલ્લા દિવસ ને લઇ ને આણંદ મા અલગ અલગ જગ્યાએ જોરદાર આયોજન વચ્ચે ગરબા ની રમઝટ
નવરાત્રી ના છેલ્લા દિવસ ને લઇ ને આણંદ મા અલગ અલગ જગ્યાએ જોરદાર આયોજન વચ્ચે ગરબા ની રમઝટ
નવરાત્રિ...