ৰাজ্যত অহা ২১ আৰু ২৮ আগষ্ট তাৰিখে বন্ধ থাকিব ইন্টাৰনেট সেৱা। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ৰাজ্যৰ ২৬০০০ চৰকাৰী চাকৰি নিযুক্তিৰ পৰীক্ষাৰ বাবে পুৱা ১০ বজাৰ পৰা ১২ বজালৈআৰু ২বজাৰ পৰা ৪ বজালৈ চাৰি ঘন্টাৰ বাবে ২১ আৰু ২৮ আগষ্ট তাৰিখে পৰীক্ষা কেন্দ্ৰৰ সমীপৰ সকলো ঠাইতে ইন্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এইবাৰ পৰীক্ষা যাতে নিয়াৰিকৈ হয় তাৰবাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
১৪ আগষ্টত মেলামৰা ইক' টি ট্যুৰিজিম চেন্টাৰত অনুষ্ঠিত হ'ব ডেষ্টিনেশ্যন খুমটাই অনুষ্ঠান।
১৪ আগষ্টত মেলামৰা ইক' টি ট্যুৰিজিম চেন্টাৰত অনুষ্ঠিত হ'ব ডেষ্টিনেশ্যন খুমটাই অনুষ্ঠান। বিধায়ক...
খাৰুপেটীয়াত পঞ্জীয়ন বিহীন ই ৰিক্সা চালকৰ দৌৰাত্ম্য
খাৰুপেটীয়া নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰৰে এতিয়া দিনে নিশাই চলিছে পঞ্জীয়ন বিহীন ই ৰিক্সা চালকৰ...
काँवर एकता समिति द्वारा हर साल के तरह कूबेरनगर से मुकतेश्वर महादेव को जल चढ़ाएं कमरिया !#महादेव
काँवर एकता समिति द्वारा हर साल के तरह कूबेरनगर से मुकतेश्वर महादेव को जल चढ़ाएं कमरिया !#महादेव
થરાદ ધારાસભ્ય આંદોલન છઠ્ઠા દિવસે તબિયત લથડી...!
થરાદ ધારાસભ્ય આંદોલન છઠ્ઠા દિવસે તબિયત લથડી...!
Gujarat Assembly Election 2022 : ગોંડલ બેઠક પર ગીતાબા જાડેજા રિપીટ કરાયાનો દાવો
Gujarat Assembly Election 2022 : ગોંડલ બેઠક પર ગીતાબા જાડેજા રિપીટ કરાયાનો દાવો