১৪ আগষ্টত মেলামৰা ইক' টি ট্যুৰিজিম চেন্টাৰত অনুষ্ঠিত হ'ব ডেষ্টিনেশ্যন খুমটাই অনুষ্ঠান। বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আৰু Adian নামৰ সংস্থাটোৰ সহযোগত অনুষ্ঠিত কৰিছে এই অনুষ্ঠান ৷ ডেষ্টিনেশ্যন খুমটাই অনুষ্ঠানটিত কাৰ ৰেলী,চাইকেল ৰেলী,বৰশী বোৱা প্ৰতিযোগিতা,শিশু সকলৰ বাবে ডবা খেল,স্পীড কিউব আৰু সৰাপাত বুটলা প্ৰতিযোগিতা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । এই অনুষ্ঠানৰ এটা Theme Song মুকলি কৰিলে বিধায়ক মৃণাল শইকীয়াই ৷ ডেষ্টিনেশ্যন খুমটাই, খুমটাইলৈ যাওঁ ব'লক অনুষ্ঠানৰ মূল উদ্দেশ্য গ্ৰাম্য পৰ্যটনৰ আমেজ দিয়াৰ লগতে খুমটাইত গ্ৰাম্য পৰ্যটনৰ বিকাশ সাধন কৰা । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে অনুষ্ঠানটোৰ আয়োজক তথা সকলো খুমটাইবাসীয়ে ডেষ্টিনেশ্যন খুমটাই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান আৰু সাদৰ আমন্ত্ৰণ জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તળાજા પંથકના શિવ મંદિરોમાં શ્રદ્ધાળુઓની ભીડ જોવા મળી
તળાજા પંથકના શિવ મંદિરોમાં શ્રદ્ધાળુઓની ભીડ જોવા મળી
कन्नड शहरात सेवा भारतीचे रुग्ण सेवा केंद्र सुरू
कन्नड (प्रमोद ढोले): कन्नड शहरात प्रजासत्ताक दिनाच्या शुभ मुहूर्तावर सेवा भारती देवगिरी...
કપરાડા કોમ્યુનિટી હોલ ખાતે પાણી અને એસ.ટી બસ સમસ્યા અગે બેઠક યોજાઇ | Headline News
કપરાડા કોમ્યુનિટી હોલ ખાતે પાણી અને એસ.ટી બસ સમસ્યા અગે બેઠક યોજાઇ | Headline News
या दोन अभिनेत्रीनी केल जबरदस्त मॅजिक...
या दोन अभिनेत्रीनी केल जबरदस्त मॅजिक...