খাৰুপেটীয়া নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰৰে এতিয়া দিনে নিশাই চলিছে পঞ্জীয়ন বিহীন ই ৰিক্সা চালকৰ দৌৰাত্ম্য ।

# বহুদিনৰে পৰা অসংখ্য পঞ্জীবিহীন ই ৰিক্সা চালকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিজৰ ইচ্ছা মতে যধে মধে অবৈধ ভাবে পাৰ্কি কৰি সৃষ্টি কৰি আহিছে তীব্ৰ যান যটৰ ।

#কিন্তু এই ক্ষেত্ৰত কিয় নিৰব ভূমিকা পালন কৰি আছে খাৰুপেটীয়া আৰক্ষী আৰু খাৰুপেটীয়া পৌৰসভাই সেয়াই এতিয়া ৰহস্যৰ আবৰ্তত॥