গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলৰ নাহৰবাৰীত বুধবাৰে আবকাৰী বিভাগে এটা চুলাই ভাটি উচ্ছেদ কৰে। এক গোপন সূত্ৰৰ ভিত্তিত যোৱা সৰুপথাৰ আবকাৰী বিভাগৰ এটা দলে চুলাই ভাটিৰতোৰ লগতে প্ৰায় ২৩০ লিটাৰ অবৈধ চুলাই আৰু চুলাই বনাবলৈ গেলাই থোৱা অৱস্থাত যথেষ্ট পৰিমাণে লালি গুৰ ধ্বংস কৰে। লগতে চুলাই বনাবলৈ ব্যৱহাৰ কৰা ড্ৰাম, প্লাছটিকৰ বাল্টি, গিলান আদিও ধ্বংস কৰে। ইপিনে সৰুপথাৰ আবকাৰী বিভাগে অসম আবকাৰী আইন (সংশোধনী) ২০১৮ ৰ ধাৰা ৫৩(১) ৰ অধীনত দুটাকৈ গোচৰ ৰুজু কৰাৰ লগতে এই অবৈধ কাৰ্যৰ লগত জড়িত এজন লোকক আটক কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰাজ্যত আকৌ আৰক্ষীৰ দ্বিতীয়টো এনকাউণ্টাৰ
চৰাইদেউৰ সোণাৰিত আলফা (স্বাঃ)ৰ লিংকমেনলৈ যোগেন গগৈক গুলী আৰক্ষীৰ
আজিৰ দিনটোত আৰক্ষীৰ দ্বিতীয়টো এনকাউণ্টাৰ চৰাইদেউৰ সোণাৰিত আলফা (স্বাঃ)ৰ লিংকমেনলৈ গুলী আৰক্ষীৰ...
पार्षद धनराज चेची गेट बंद किया अधिकारियोंसे हुई बहस दादाबाड़ी थानाधिकारी पहुँचे जाप्ते के #ट्रेडिंग
पार्षद धनराज चेची गेट बंद किया अधिकारियोंसे हुई बहस दादाबाड़ी थानाधिकारी पहुँचे जाप्ते के #ट्रेडिंग
তিনিচুকীয়া পলিটেকনিকত লক্ষাধিক টকাৰ সামগ্ৰীৰ চুৰিকাণ্ড
শুকানপুখুৰীস্থিত তিনিচুকীয়া পলিটেকনিকত লক্ষাধিক টকাৰ সামগ্ৰীৰ চুৰিকাণ্ড ৷
ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাক লৈ মৰাণত তীব্ৰ বিৰোধিতা টাইপাৰ ডিব্ৰগড় জিলা সমিতিৰ সভাপতি নিপন ফুকনৰ
ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাক লৈ মৰাণত তীব্ৰ বিৰোধিতা টাইপাৰ ডিব্ৰগড় জিলা সমিতিৰ সভাপতি নিপন ফুকনৰ
Himachal Political Crisis: राज्यपाल से मिले Jairam Thakur, Congress सरकार से की इस्तीफे की मांग
Himachal Political Crisis: राज्यपाल से मिले Jairam Thakur, Congress सरकार से की इस्तीफे की मांग