জনসাধাৰণৰ সম্পাদক,সাহিত্যিক ড° শিৱনাথ বৰ্মন অসুস্থ৷ গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ভৰ্ত্তি হৈ আছে সাহিত্যিক গৰাকী৷ কেইবাটাও ৰোগত আক্ৰান্ত হৈ চিকিত্সাধীন ড০ শিৱনাথ বৰ্মন৷ মধুমেহ, বৃক্ক, হৃদ আদিৰ ৰোগত আক্ৰান্ত বিশিষ্ট সাহিত্যিকজন৷ প্ৰথমে তেওঁক ICU ত ভৰ্ত্তি কৰাইছিল যদিও বৰ্তমান কেবিনলৈ স্থানান্তৰ কৰা হয়৷ বৰ্তমান সাহিত্যিক জনৰ স্বাস্থ্য পূৰ্বতকৈ কিছুপৰিমাণে সুস্থ৷ এসপ্তাহৰ ভিতৰতে ঘৰলৈ যাব দিয়া হব বৰ্মনক৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অত্যাধিক ভাড়া বৃদ্ধি ৰোধৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিৰ
যাত্ৰীবাহী বাহনত অত্যাধিক ভাড়া বৃদ্ধিৰ বিৰুদ্ধে সৰৱ AJYCP ৰ মৰাণ আঞ্চলিক সমিতি।
অত্যাধিক ভাড়া...
ડીસાના કુંપટમાં ત્રણ શખ્સોએ બે વ્યક્તિઓ ઉપર જીવલેણ હુમલો કરતાં ચકચાર
ડીસા તાલુકાના કુંપટ ગામે ખેતરની જમીન મામલે ભાઈ-બહેન અને બનેવીએ ત્રણે સાથે મળી પોતાના પિતા અને ભાઈ...
તમારા સંતાનોને વાર્તા કહો છો?@Sairam Dave Official વાર્તાથી વાવેતર../ગિજુભાઈ બધેકા..
તમારા સંતાનોને વાર્તા કહો છો?@Sairam Dave Official વાર્તાથી વાવેતર../ગિજુભાઈ બધેકા..