যাত্ৰীবাহী বাহনত অত্যাধিক ভাড়া বৃদ্ধিৰ বিৰুদ্ধে সৰৱ AJYCP ৰ মৰাণ আঞ্চলিক সমিতি।

অত্যাধিক ভাড়া বৃদ্ধিৰ ফলত ছাত্ৰ-ছাত্ৰী সকল সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ।

অভাৱনীয় ভাৱে হোৱা ভাড়া বৃদ্ধি ৰোধ কৰিবলৈ প্ৰশাসনক আহ্বান।

মৰাণ ৰাজহ চক্ৰ বিষয়াক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে প্ৰদান কৰিলে দাবী পত্ৰ।