-লামডিংত গাঞ্জা সহ গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ ইনফৰ্মাৰৰূপী গাঞ্জা সৰবৰাহকাৰী।গ্ৰেপ্তাৰ হৈছে অমল দে আৰু সঞ্জিত দে ওৰফে ধন।জব্দ তিনিখন স্কুটি। জব্দকৃত স্কুটি কেইখনৰ নম্বৰ হৈছে AS -31F-1432,AS01DS-6581 আৰু AS -02AE-1766। উল্লেখ্য যে দক্ষিন লামডিং অঞ্চলত আৰক্ষীয়ে অভিযান চলাই দুয়োকে গাঞ্জা সহ কৰিছে গ্ৰেপ্তাৰ। ধৃত গাঞ্জা সৰবৰাহকাৰী দুটাৰ পৰা উদ্ধাৰ হৈছে 17 কেজি 300 গ্ৰাম গাঞ্জা। লক্ষণীয় যে ধৃত সঞ্জিত ওৰফে ধন আছিল পূৰ্বৰ লামডিং থানাৰ অচিৰ ঘনিষ্ঠ তথা ইনফৰ্মাৰ । সেই সময়ত আৰক্ষীৰ বাহনত দেখা গৈছিল প্ৰায়েই। এই ধনেই হৈ পৰিছিল লামডিং থানাৰ উঠি ৰজা বহি ৰজা। ধনক লগ ধৰিলেই হৈছিল নোহোৱা কামবোৰো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
૧૭ સપ્ટેમ્બરના રોજ આપણા યશસ્વી પ્રધાનમંત્રી માન. શ્રી નરેન્દ્રભાઈ મોદીજી ના જન્મ દિવસ નિમિત્તે "સ્વચ્છ સાગર સુરક્ષીત સાગર અભિયાન"
રાજુલા તાલુકા ભાજપ દ્વારા આગામી તા. ૧૭ સપ્ટેમ્બરના રોજ આપણા યશસ્વી પ્રધાનમંત્રી માન. શ્રી...
অৰ্থনৈতিক অপৰাধীৰ বিশ্বব্যাপী পলায়নৰ পথ বন্ধ কৰাৰ ক্ষেত্ৰত চুক্তিবদ্ধ হোৱাৰ বাবে জি-২০ক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জি-২০ দেশসমূহে আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ মাজত অধিক ঘনিষ্ঠ...
टोंक की महिला का जयपुर कमरे में पड़ा मिला शव, गला दबाकर की हत्या
जयपुर। राजधानी के जयसिंहपुरा खोर थाना इलाके में गला दबाकर महिला की हत्या करने का मामला सामने आया...
अमानगंज तहसील के ग्राम सुनवानी कलां मे निकाली गई भव्य शोभा यात्रा!!
अमानगंज तहसील के ग्राम सुनवानी कलां मे निकाली गई भव्य शोभा यात्रा!!
Nifty Bank Nifty Cues | Virendra Kumar से जानें Nifty & Nifty Bank में किन Levels पर करें खरीदारी
Nifty Bank Nifty Cues | Virendra Kumar से जानें Nifty & Nifty Bank में किन Levels पर करें...