কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ এশ চাৰিজন পৰ্য্যটকে দৰ্শন কৰিলে ঐতিহাসিক ৰংঘৰ, আৰু ঘণশ্যাম মন্দিৰ।ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰৰ ৰূদ্ৰসিংহ উদ্যানত অসমীয়া খাদ্যৰ জুতি লৈ দৰ্শন কৰিলে পৌৰাণিক কীৰ্তি চিহ্ন সমুহ।শ্ৰীলঙ্কা, থাইলেণ্ড, ভিয়েটনাম , ৰাচিয়া আদি কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ পৰ্য্যটকে পৰিদৰ্শন কৰে আহোম ৰাজত্বৰ কীৰ্তিচিহ্ন সমুহ। প্ৰকৃততে কাজিৰঙাত অনুষ্ঠিত হ'ব ১২সংখ্যক উত্তৰ -পূব ৰাষ্ট্ৰীয় পৰ্য্যটন দিৱস। এই দিৱসত যোগদান কৰাৰ বাবে অসমত উপস্থিত হোৱা এইসকল পৰ্য্যটকে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আহোমযুগৰ ৰজাদিনীয়া পৌৰাণিক কীৰ্তি চিহ্নসমুহ পৰিদৰ্শন কৰাৰ অন্তত কাজিৰঙালৈ ৰাওণা হ'ব। ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰৰ ৰূদ্ৰসিংহ উদ্যানৰ পাছত এই সকল বিদেশী পৰ্য্যটকে উপস্থিত হয় ঐতিহাসিক ৰংঘৰত। শিৱসাগৰ জিলা আয়ুক্ত আয়ুস গাৰ্গ, উন্নয়ণ আয়ুক্ত সমীৰণ বৰা, অতিৰিক্ত আয়ুক্ত গীতালী দুৱৰা, সহকাৰী আয়ুক্ত লগতে বহু কেইগৰাকী জিলা প্ৰশাসনৰ উপৰিও পৰ্য্যটন বিভাগৰ বিষয়-ববীয়াই উষ্ম আদৰণি জনাই ।বিশ্ব দৰবাৰত শিৱসাগৰৰ নাম জিলিকোৱাৰ স্বাৰ্থত জিলা প্ৰশাসন আৰু পৰ্য্যটন বিভাগে প্ৰশংসনীয় পদক্ষেপ লোৱা পৰিলক্ষিত হয়। অসমীয়াৰ বাপতি সাহোন বিহুৰে পৰ্য্যটক সকলক আদৰণি জনোৱা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કઠલાલ શેઠ એમ.આર.હાઇસ્કુલ ખાતેથી કેબિનેટ મંત્રીની ઉપસ્થિતિમાં તિરંગા યાત્રા યોજાઈ.
કઠલાલ શેઠ એમ.આર.હાઇસ્કુલ ખાતેથી કેબિનેટ મંત્રીની ઉપસ્થિતિમાં તિરંગા યાત્રા યોજાઈ.
રાજ્યના ૪૦૦૦ ગામમાં ફ્રી વાઇ ફાઈની સુવિધા પહોંચતી કરવાની નેમ છે
- મુખ્યમંત્રી શ્રી ભૂપેન્દ્રભાઈ પટેલ
મુખ્યમંત્રીશ્રીના હસ્તે ઠાસરા અને ગળતેશ્વર તાલુકામાં રૂપિયા...
આણંદ જિલ્લાના તારાપુર ગામે મહેશ્વરી સમાજના આગેવાનની હત્યા થતાં મહેશ્વરી સમાજમાં ભારે આક્રોશ છવાયો
આણંદ જિલ્લાના તારાપુર ગામે મહેશ્વરી સમાજના આગેવાનની હત્યા થતાં મહેશ્વરી સમાજમાં ભારે...
মাহমৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ উদ্যোগত মৰাণত অনুষ্ঠিত হয় খোজ কঢ়া প্ৰতিযোগিতা
মাহমৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ উদ্যোগত মৰাণত অনুষ্ঠিত হয় খোজ কঢ়া প্ৰতিযোগিতা