শিৱসাগৰ নগৰৰ মাজ মজিয়াত অৱস্থিত কালীপ্ৰসাদ মেমৰিয়েল হলৰ প্ৰাঙ্গনত কেন্দ্ৰীয় লাচিত দিৱস ২০২৪ বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ।বৃহত্তৰ ৰংপুৰ শাখা সমিতিৰ আতিথ্যত সমুহ আঞ্চলিক সমিতি আৰু শিৱসাগৰ বাসী ৰাইজৰ সহযোগত কেন্দ্ৰীয় লাচিত দিৱস ২০২৪ উদ্যাপন কৰি নগৰৰ মাজ মজিয়াত উলিওৱা হয় বিশাল সাংস্কৃতিক বাৰে ৰহনীয়া শোভা যাত্ৰা। শোভাযাত্ৰাত অংশগ্ৰহন বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃঙ্খল চলিহাকৃ আদি কৰি কেন্দ্ৰীয় সমিতিৰ বহুকেইগৰাকী বিষয় ববীয়া।জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো সম্প্ৰদায়ক একত্ৰিত কৰি বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।অসমৰ জাতি -উপজাতি জনজাতি সমুহক প্ৰতীকী ৰূপত উপস্থাপন কৰাৰ লগতে অসমীয়াৰ বাপতি সাহোন বিহু, সত্ৰীয়া সংস্কৃতি পৰম্পৰা ৰে সমন্বয়ৰ প্ৰতীক উপস্থাপন কৰা পৰিলক্ষিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હાંસોટ તાલુકાના ઈલાવ ગામના નાઈટ કીંગ ડી.જે ના માલિક વિરૂદ્ધ કોપી રાઈટ ભંગ બદલ કામરેજ પોલીસે ₹.1.82 લાખનો ડી.જે સામાન કબ્જે કર્યો.
કામરેજ તાલુકાના ખોલવડ ખાતે આવેલી ક્રિષ્ના ટાઉનશીપ મહર્ષિ સ્કૂલ સામે શુભ પ્રસંગે કોપી રાઈટ...
Cyberstud SPIN: गेमर्स के लिए जल्द लॉन्च होगा अनोखा डिवाइस, महज इतनी रहेगी कीमत
साइबरस्टड SPIN को 360-डिग्री फिजेट स्पिनर मैकेनिज्म के साथ डिजाइन किया गया है इसमें मैटल और...
গোৰেশ্বৰৰ ফুহুৰাবাৰী প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োৰ
গোৰেশ্বৰৰ ফুহুৰাবাৰী প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োৰ
...
જંબુસર પોલીસ દ્વારા સિનિયર સિટીઝનો માટે મફત મેડિકલ ચેકઅપ તેમજ નિદાન કેમ્પ યોજાયો..
જંબુસર પોલીસ દ્વારા સિનિયર સિટીઝનો માટે મફત મેડિકલ ચેકઅપ તેમજ નિદાન કેમ્પ યોજાયો..