যি সময়ত মুছলমান সম্প্ৰদায়ৰ মহিলা সকলক গ্ৰাহস্থ হিংসাৰ বলি হোৱা মহিলা সকলক সুৰক্ষা দিয়াৰ বাবে তিনি তালাকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰনয়ন কৰিছে ৷ চৰকাৰে কঠোৰ আইন প্ৰনয়ন কৰিলেওঁ সেই সমূহ এতিয়াওঁ বহু অঞ্চলত এই তিনি তালাক প্ৰথা চলি আছে ৷
শেহতীয়াকৈ ডবক
এতিয়াওঁ বহু অঞ্চলত চলি আছে তিনি তালাক প্ৰথা
