নলবাৰী চহৰৰ গৰ্ডন চ’কত আজি অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতৰ উদ্যোগত গণ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে৷ৰাজ্য চৰকাৰৰ শিক্ষা নীতিৰ ওপৰত বিৰুধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই গণ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়িত কৰে৷প্ৰতিবাদ কাৰী সকলে বিভিন্ন চৰকাৰ বিৰুধি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল পোন্ধৰখন দোকান
হাৰমতি দৈনিক বজাৰত মাজ নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ভয়ংকৰ অগ্নিকাণ্ডত জাহ যাই পোন্ধৰখনকৈ...
খৰাং বতৰৰ বাবে শুকাইছে খেতিপথাৰ,অচল গৰখীয়া থান জলসিঞ্চন কেন্দ্ৰ
সম্প্ৰতি খৰাং বতৰৰ বাবে বহুতো খেতিপথাৰত পানী নোহোৱা হোৱাত কৃষক সকল বিপদত পৰিছে৷বৰ্তমান বেচিভাগ...
मंगलम महिला मंडल की नई कार्यकारणी घोषित
रामगंजमण्डी में मंगलम महिला मंडल अध्यक्षा विभा सचान एवं संयुक्त अध्यक्षा शशि मंडोत के नेतृत्व में...
Dhanya Che Kirtidanane | કલાનગરી ભાવનગરને આંગણે યોજાયો ’ધન્ય છે કિર્તીદાનને’ કાર્યક્રમ
Dhanya Che Kirtidanane | કલાનગરી ભાવનગરને આંગણે યોજાયો ’ધન્ય છે કિર્તીદાનને’ કાર્યક્રમ
২৯ আৰু ৩০ অক্টোবৰত ডেকাপাম উদয়পুৰত সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই মহকুমা আৰু ডেকাপাম আঞ্চলিক সমিতিৰ অধিৱেশন
ব্যাপক প্ৰস্তুতি: ২৯ আৰু ৩০ অক্টোবৰত ডেকাপাম উদয়পুৰত সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই...