নলবাৰী চহৰৰ গৰ্ডন চ’কত আজি অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতৰ উদ্যোগত গণ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে৷ৰাজ্য চৰকাৰৰ শিক্ষা নীতিৰ ওপৰত বিৰুধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই গণ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়িত কৰে৷প্ৰতিবাদ কাৰী সকলে বিভিন্ন চৰকাৰ বিৰুধি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে৷