ডিব্ৰুগড়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।অসমীয়া ভাষাৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষাৰ্থীক অংক আৰু বিজ্ঞান বিষয়ক চৰকাৰে ইংৰাজী ভাষাৰ বাধ্যতামূলক কৰাৰ বিৰোধিতাৰে আজি ডিব্ৰুগড়ত যুৱ ছাত্ৰ পৰিষদে এই কাৰ্যসূচী ৰূপায়ন কৰে। আজি কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰাতুল বৰগোহাঁই, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰিয়ব্ৰত গোহাঁই, সাধাৰণ সম্পাদক গৌৰাঙ্গ গগৈৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহাৰ যুৱ ছাত্ৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচী জৰিয়তে চৰকাৰে অসমীয়া ভাষা বিদ্যালয়ৰ পৰা ইংৰাজী ভাষাৰ ব্যৱহাৰৰ বিষয়টো পুনৰ বিবেচনাৰ নকৰিলে ৰাজ্যজুৰি আন্দোলন গঢ়ি তুলিব বুলি স্পষ্ট কৰি দিয়ে যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्वास्थ्य दल आपके द्वार के तहत विद्यार्थियों को दी जानकारी
कोटा/(बीएम राठौर). जिला कलेक्टर कोटा डॉक्टर रविंद्र गोस्वामी द्वारा आयोजित जिला स्वास्थ्य समिति...
મુખ્યમંત્રી ભૂપેન્દ્ર પટેલે દૂરદર્શનની સિરિયલ ‘સ્વરાજ’ના સ્ક્રીનિંગ કાર્યક્રમમાં હાજરી આપી
મુખ્યમંત્રી ભૂપેન્દ્ર પટેલે મંગળવારે ગાંધીનગરના મહાત્મા મંદિર ખાતે આયોજિત દૂરદર્શન સિરિયલ...
Super Earth: NASA ने ढूंढा पृथ्वी जैसा ग्रह...2 सूरज, महासागर और जीव भी ? | #NASA
Super Earth: NASA ने ढूंढा पृथ्वी जैसा ग्रह...2 सूरज, महासागर और जीव भी ? | #NASA #SuperEarth
સોમનાથ-ભાવનગર નેશનલ હાઈવે પર ટ્રાફિક જામના દ્રશ્યો સર્જાયા | Divyang News
સોમનાથ-ભાવનગર નેશનલ હાઈવે પર ટ્રાફિક જામના દ્રશ્યો સર્જાયા | Divyang News
6 Health Benefits Of Vitamin D || Indians के लिए सबसे ज़रूरी Vitamin
6 Health Benefits Of Vitamin D || Indians के लिए सबसे ज़रूरी Vitamin