ডিব্ৰুগড়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।অসমীয়া ভাষাৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষাৰ্থীক অংক আৰু বিজ্ঞান বিষয়ক চৰকাৰে ইংৰাজী ভাষাৰ বাধ্যতামূলক কৰাৰ বিৰোধিতাৰে আজি ডিব্ৰুগড়ত যুৱ ছাত্ৰ পৰিষদে এই কাৰ্যসূচী ৰূপায়ন কৰে। আজি কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰাতুল বৰগোহাঁই, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰিয়ব্ৰত গোহাঁই, সাধাৰণ সম্পাদক গৌৰাঙ্গ গগৈৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহাৰ যুৱ ছাত্ৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচী জৰিয়তে চৰকাৰে অসমীয়া ভাষা বিদ্যালয়ৰ পৰা ইংৰাজী ভাষাৰ ব্যৱহাৰৰ বিষয়টো পুনৰ বিবেচনাৰ নকৰিলে ৰাজ্যজুৰি আন্দোলন গঢ়ি তুলিব বুলি স্পষ্ট কৰি দিয়ে যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગણપતિ બાપ્પા મોરિયા@Sandesh News
ગણપતિ બાપ્પા મોરિયા@Sandesh News
ದೆಹಲಿಯಲ್ಲಿ ಪ್ರಧಾನಿ ನರೇಂದ್ರ ಮೋದಿ ಅವರನ್ನು ಭೇಟಿಯಾದ ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ
ದೆಹಲಿಯ ಸಂಸತ್ ಭವನದಲ್ಲಿ ಪ್ರಧಾನಿ ನರೇಂದ್ರ ಮೋದಿ ಅವರನ್ನು ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ ಅವರು ಭೇಟಿಯಾಗಿ ಮಾತುಕತೆ...
গুৱাহাটী চান্দমাৰীৰ পেঞ্চনাৰ ভৱনত অ-প্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী
গুৱাহাটী চান্দমাৰীৰ পেঞ্চনাৰ ভৱনত অ-প্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী। চৰকাৰৰ...
सैनी समाज कर्मचारीका वार्षिक अधिवेशन हुआ आयोजन
सैनी समाज कर्मचारीका वार्षिक अधिवेशन हुआ आयोजित
આરટીઓએ 200 સ્કૂલ બસોનું ચેકિંગ કરીને 30 બસોને નોટિસ ફટકારી
અમદાવાદ
સુભાષબ્રિજ આરટીઓએ 200 સ્કૂલ બસોનું ચેકિંગ કરીને 30 બસોને નોટિસ ફટકારી છે. છેલ્લાં...