অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ গন অবস্থান ধৰ্মঘট।

মঙলদৈ জিলা পুথিভঁৰাল প্ৰাঙ্গনত হয় এই ধৰ্মঘট।

ৰাজ্য চৰকাৰে অসমৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত তৃতীয়মান শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত গ্ৰহণৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গন অবস্থান ধৰ্মঘট।