সংশোধিত শিক্ষা নীতিৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সৰৱ হৈ পৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ প্ৰৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্ভুক্ত বিভিন্ন আঞ্চলিক সমিতিৰ নেতৃবৃন্দই অংশ গ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત : માન દરવાજા વિસ્તારમાં BRTS બસનો કહેર યથાવત | SatyaNirbhay News Channel
સુરત : માન દરવાજા વિસ્તારમાં BRTS બસનો કહેર યથાવત | SatyaNirbhay News Channel
यूक्रेन संकट और चीन की हरकतों पर PM मोदी और मैक्रों ने की बातचीत, G-20 को लेकर भी हुई चर्चा
PM Modi-Emmanuel Macron Meet: प्रधानमंत्री नरेन्द्र मोदी और फ्रांस के राष्ट्रपति इमैनुअल...
দুৰ্গাদাস বড়োক উষ্ণ আদৰনি ভোটাৰ ৰাইজৰ কলাইগাওত
বিপিএফৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োক উষ্ণ আদৰনি ভোটাৰ ৰাইজৰ কলাইগাওত
लाखों की रिश्वत की डिमांड, 2 बार सस्पेंड... सामने आए ट्रेनी IAS पूजा के पिता दिलीप खेडकर के कारनामे
महाराष्ट्र कैडर की ट्रेनी IAS पूजा खेडकर विवादों में घिर गई हैं. पूजा के कारनामों के बाद उनकी मां...