বাঢ়িয়েই আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম| ইয়াৰ বিৰুদ্ধে চলিয়েই আছে প্ৰতিবাদ, মূল্য বূদ্ধিৰ ফলত একপ্ৰকাৰ ৰামটাঙোন পৰিছে সাধাৰণ জনতাৰ মূৰত, তাৰ পাছতো যেন কাণসাৰ নাই পৰিৱৰ্তনৰ শ্লগানেৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰখনৰ| হোৰাহোৰে বাঢ়িয়েই আছে দাম|
ইয়াকে লৈ আজি পুনৰ হৈ পৰিছে প্ৰতিবাদমুখৰ, গুৱাহাটীত KMSSৰ উদ্যোগত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ| শীঘ্ৰে দাম বূদ্ধি নিয়ন্ত্ৰণৰ দাবী তুলিছে প্ৰতিবাদকাৰীসকলে|