ঢকুৱাখনাৰ মেধাবী শিক্ষাৰ্থী সকলক ভৱিষ্যতৰ শৈক্ষিক যাত্ৰাত সফলতাৰে আগুৱাই যোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে সোমবাৰে অনুষ্ঠিত কৰা হয় সম্বৰ্ধনা সভা ৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাত্ব প্রদর্শনৰে উত্তীৰ্ণ হোৱা ঢকুৱাখনাৰ মুঠ ৯৬ গৰাকী কৃতিমান শিক্ষাৰ্থীক সোমবাৰে সম্বৰ্ধনা জনাই ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাই ৷ আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সভাৰ আয়োজন কৰি কৃতিমান সকলৰ লগতে গৰিষ্ঠ সংখ্যক বিদ্যালয় প্ৰধানকো সম্বৰ্ধনা জনাই। কৃৰ্তি শিক্ষাৰ্থীক গামোচা ,গ্ৰন্থ সম্ভাৰ আৰু গছপুলি প্ৰদানৰ লগতে মেধাবী ছাত্ৰ ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰা মুঠ ১৩ খন বিদ্যালয়ৰ ১৩ গৰাকী অধ্যক্ষ আৰু প্ৰধান শিক্ষকক হকলকো একোখন ফুলাম গামোচা আৰু প্ৰশস্তিপত্ৰৰে মান্যতা প্ৰদান কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BIG FOREARMS WORKOUT | हाथों को मजबूत कैसे करें | ARMS WORKOUT | Healthy zone
BIG FOREARMS WORKOUT | हाथों को मजबूत कैसे करें | ARMS WORKOUT | Healthy zone
તાલાળા 91 વિધાનસભાના AAP ના ઉમેદવાર દેવેન્દ્રભાઈ સોલંકીનો ભવ્ય રોડ શો#આપ #aamaadmiparty #aappunjab
તાલાળા 91 વિધાનસભાના AAP ના ઉમેદવાર દેવેન્દ્રભાઈ સોલંકીનો ભવ્ય રોડ શો#આપ #aamaadmiparty #aappunjab
આજ-રોજ આઝાદી કા અમૃત મહોત્સવ અંતર્ગત હર ઘર તિરંગાનું આયોજન કરવામાં આવેલ
આજ-રોજ આઝાદી કા અમૃત મહોત્સવ અંતર્ગત હર ઘર તિરંગાનું આયોજન કરવામાં આવેલ જેમાં અમરેલી જિલ્લા...
फेंगल तूफान-तमिलनाडु के तिरुवन्नामलाई में लैंडस्लाइड:मकानों पर गिरी 40 टन की चट्टान, 7 लोग लापता
बंगाल की खाड़ी से उठे फेंगल तूफान के असर के चलते सोमवार को केरल, कर्नाटक, तेलंगाना और आंध्र में...