আজি পুৱা ৮.৩০ বজাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাননীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা ডাঙৰীয়া আৰু মাননীয় বিধায়ক শ্ৰীযুত ভুবন গাম, জিলা উপায়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অন্যান্য বিষয়া সকলৰ উপস্থিতিত জিলা পৰিকল্পনা আয়োগৰ বৈঠকখন অনুস্থিত কৰা হয়। বৈঠকখনৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ন হ'ব লগা আচঁনিসমূহৰ বিষয়ে বিতং আলোচনা কৰা হয়।বিয়লি ৩.৩০ বজাত উপায়ুক্তকে প্ৰমূখ্য কৰি জিলা প্ৰশাসনৰ বিষয়া মণ্ডলী, জিলাখনৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকল, মাষ্টাৰ ট্ৰেইনাৰ আৰু চুপাৰভাইজাৰ সকলৰ উপস্থিতিৰ সমাগত "অৰুণোদয় মাহ" সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুস্থিত কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મનીષ સિસોદિયાજી જાહેરસભા યોજાઈ .....
મનીષ સિસોદિયાજી જાહેરસભા યોજાઈ .....
राहुल गांधी के करीबी इस कांग्रेस नेता ने क्यों कि मोदी सरकार के बजट की तारीफ
केंद्रीय वित्त मंत्री निर्मला सीतारमण ने मंगलवार को बजट पेश करते समय कई योजनाओं की शुरुआत की।...
Priyanka Gandhi का वादा याद दिला मंडला वाले बोले, कांग्रेस को नुकसान होगा | MP Election 2023
Priyanka Gandhi का वादा याद दिला मंडला वाले बोले, कांग्रेस को नुकसान होगा | MP Election 2023
খাৰুপেটীয়াত ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচীৰ সজাগতামূলক সমদল
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ৰাজ্যখনৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সন্মান...