গোলাঘাট জিলাৰ বৰপথাৰৰ কৰ্দ্দৈগুৰি বৰনামঘৰৰ শুভ সমৰ্পণ সমৰোহত উপস্থিত থাকি বৰনামঘৰভাগৰ আসন প্ৰতিষ্ঠা কৰে শ্ৰীশ্ৰী আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱগোস্বামীয়ে। উক্ত অনুষ্ঠানত উপস্থিত ৰাইজক উদ্দেশ্যি এনেদৰে ভাষণ প্ৰদান কৰে সত্ৰধিকাৰগৰাকীয়ে।
কৰ্দ্দৈগুৰি বৰনামঘৰৰ শুভ সমৰ্পণ সমৰোহত উপস্থিত থাকি বৰনামঘৰভাগৰ আসন প্ৰতিষ্ঠা কৰে শ্ৰীশ্ৰী আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱগোস্বামীয়ে

