শিৱসাগৰ নগৰৰ যুৱদল প্ৰেক্ষাগৃহত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এ চৰাইদেউ জিলাৰ স্বচ্ছ ভাৰত মিছন আৰু শিৱসাগৰৰ জল জীৱন মিছনৰ সন্দৰ্ভত পৰ্য্যালোচনা সভা সম্পন্ন কৰে ৷