শিৱসাগৰ নগৰৰ যুৱদল প্ৰেক্ষাগৃহত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এ চৰাইদেউ জিলাৰ স্বচ্ছ ভাৰত মিছন আৰু শিৱসাগৰৰ জল জীৱন মিছনৰ সন্দৰ্ভত পৰ্য্যালোচনা সভা সম্পন্ন কৰে ৷
শিৱসাগৰত "স্বচ্ছ ভাৰত মিছন" আৰু "জল জীৱন মিছন"ৰ সন্দৰ্ভত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰ্য্যালোচনা সভা সম্পন্ন
![](https://i.ytimg.com/vi/Sb6uqUUP5rQ/hqdefault.jpg)