হোজাইত নিশা মোবাইল চুৰি কৰি ৰাইজৰ কৱলত পৰিছে এটা চুৰ। বৰপুখুৰী অঞ্চলত ৰাইজে কৰায়ত্ত কৰা চুৰটোৰ নাম হৈছে ইজাজুল ইছলাম। বৰপুখুৰী অঞ্চলৰে ইজাজুল ইছলামে উক্ত অঞ্চলৰে দুজন ব্যক্তিৰ দুটা মোবাইল চুৰি কৰাত ৰাইজে কৰায়ত্ত কৰি লপাথপা দি গতাই দিছে আৰক্ষীক। পিছে ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়া চুৰটোৰ স্পষ্ট মন্তব্য। হয় মোবাইল চুৰি কৰিছোঁ। কিন্তু ৰাইজে ধৰাত মই আকৌ ওভতাই দিছোঁ। কিয় চুৰি কৰিলে মোবাইল? মদ খাবলৈ পইচা নথকাত চুৰি কৰিছিলোঁ মোবাইল। কি মদ খাব আছিলা। চুৰৰ মন্তব্য ব্লেক দগ কোৱাৰ্টাৰ এটা খাব আছিলোঁ। দাম কিমান কলে ৯০০ টকা। মদ খাবলৈ মোবাইল চুৰি কৰি ৰাইজৰ কৱলত পৰা চুৰটোৱে মদ খোৱাৰ ইচ্ছা পূৰণ নহলেও কিন্তু এতিয়া লকআপৰ আলহী হোৱাটো একপ্ৰকাৰ খাটাং হোৱা দেখা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jefferies Report on Mid-Smallcap Correction | भारी Volumes के चलते आगे भी गिरावट संभव |Business News
Jefferies Report on Mid-Smallcap Correction | भारी Volumes के चलते आगे भी गिरावट संभव |Business News
घोसी में भाजपा कार्यकर्ताओं नें खोला मोर्चा।
जनपद मऊ में, ओम प्रकाश राजभर की एनडीए में, एंट्री होने के बाद। उन्हें योगी सरकार में मंत्री भी...
લીંબડી નાનાવાસમાં રિક્ષામાં બેસાવા બાબતે બે યુવકો વચ્ચે મારામારી
લીંબડી નાનાવાસમાં રિક્ષામાં બેસાવા બાબતે બે યુવકો વચ્ચે મારામારી થઈ હતી. મારામારીનો બનાવમાં બન્ને...
कोकणासह राज्यात येलो अलर्ट
महाराष्ट्र ते गुजरात किनारपट्टी लगत द्रोणीय पट्टा कायम असल्याने राज्यात सर्वदूर पाऊस होत आहे,...