হোজাইত নিশা মোবাইল চুৰি কৰি ৰাইজৰ কৱলত পৰিছে এটা চুৰ। বৰপুখুৰী অঞ্চলত ৰাইজে কৰায়ত্ত কৰা চুৰটোৰ নাম হৈছে ইজাজুল ইছলাম। বৰপুখুৰী অঞ্চলৰে ইজাজুল ইছলামে উক্ত অঞ্চলৰে দুজন ব্যক্তিৰ দুটা মোবাইল চুৰি কৰাত ৰাইজে কৰায়ত্ত কৰি লপাথপা দি গতাই দিছে আৰক্ষীক। পিছে ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়া চুৰটোৰ স্পষ্ট মন্তব্য। হয় মোবাইল চুৰি কৰিছোঁ। কিন্তু ৰাইজে ধৰাত মই আকৌ ওভতাই দিছোঁ। কিয় চুৰি কৰিলে মোবাইল? মদ খাবলৈ পইচা নথকাত চুৰি কৰিছিলোঁ মোবাইল। কি মদ খাব আছিলা। চুৰৰ মন্তব্য ব্লেক দগ কোৱাৰ্টাৰ এটা খাব আছিলোঁ। দাম কিমান কলে ৯০০ টকা। মদ খাবলৈ মোবাইল চুৰি কৰি ৰাইজৰ কৱলত পৰা চুৰটোৱে মদ খোৱাৰ ইচ্ছা পূৰণ নহলেও কিন্তু এতিয়া লকআপৰ আলহী হোৱাটো একপ্ৰকাৰ খাটাং হোৱা দেখা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં પ્રતિબંધિત ચાઈનીઝ દોરી વેચતો શખ્સ ઝડપાયો...
ડીસામાં પ્રતિબંધિત ચાઈનીઝ દોરી વેચતો શખ્સ ઝડપાયો...
চৰাইদেউ মৈদাম প্ৰাংগনত উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱসৰ দিনা পুৱাই উলিওৱা হয় একতা দৌৰ
চৰাইদেউ মৈদাম প্ৰাংগনত উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱসৰ দিনা পুৱাই উলিওৱা হয় একতা দৌৰ। এই দৌৰ...
Gujarat Assembly Election 2022 : કૌશિક વેકરિયાને ટિકિટ મળ્યાનો દાવો
Gujarat Assembly Election 2022 : કૌશિક વેકરિયાને ટિકિટ મળ્યાનો દાવો
ડીસામાં પેઢીના મુનિમે લાખો રૂપિયાની ઉચાપત કરતાં ચકચાર
ડીસા શાકમાર્કેટની પેઢીના મુનિમે રૂ. 42.68 લાખની ઉચાપત કરી હતી. જે પૈકી માલિકને રૂ. 14 લાખ પરત...
पुणे हायवेवर बसचा भीषण अपघात
पुणे: मुंबई-पुणे एक्सप्रेस हायवेवर ट्रक आणि बसचा भीषण अपघात झाला आहे. या अपघातात बसमधील प्रवासी...