শিৱসাগৰত সদৌ অসম ছাত্ৰসন্থাৰ বিশেষ বৈঠক। উজনিৰ প্ৰায় ৭খন জিলাৰ ছাত্ৰসন্থাৰ প্ৰতিনিধিৰ অংশ গ্ৰহন। এই বিশেষ বৈঠকত উপস্থিত থাকে সদৌঅসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি অভিবৰ্তন গোস্বামী, সাহিত্য সম্পাদিকা নীহাৰিকা শইকীয়া, ক্ৰীড়া সম্পাদক সীমান্ত নেওঁগ, কাৰ্যনিৰ্বাহক বহুকেইগৰাকী সদস্য ও বিষয় ববীয়াই অংশগ্ৰহন কৰে। শিৱসাগৰ , যোৰহাট, গোলাঘাট, মাজুলী, চৰাইদেউ, ধেমাজী আৰু লক্ষীমপুৰ জিলাৰ আছুৰ নেতৃত্ববৃন্দ উপস্থিত থাকে।
উজনি অসমৰ প্ৰায় ৭খন জিলাৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ উপস্থিতিত শিৱসাগৰ নগৰত সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ বৈঠক।
