চৰাইদেউ জিলাৰ ওপৰেদি উৰি যোৱা এটা চুপাৰ চনিক জেট ফাইটাৰ প্লেনে সৃষ্টি কৰা এটা প্ৰচণ্ড শব্দত কঁপি উঠিল জিলাখনত বিস্তীৰ্ণ অঞ্চল। আজি দিনৰ প্ৰায় ১১.৩০ বজাত সংঘটিত হয় এই ঘটনাটো। ইয়াৰ ফলত জিলাখনৰ অন্তৰ্গত ভজো, লংপতিয়া, সাপেখাতি আদি অঞ্চলৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। শব্দটোৰ উৎসটোক লৈ নানা বিভ্ৰান্তিকৰ উৰা বাতৰি বিয়পি পৰে। অৱশ্যে সেনা সূত্ৰে শব্দটো প্ৰকৃততে চুপাৰ চনিক (শব্দৰ গতিবেগতকৈ অধিক গতিত উৰা প্লেইন) ফাইটাৰ প্লেইন এটাইহে সৃষ্টি কৰিছিল বুলি নিশ্চিত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Gold Silver Price Now | दामों के उतार-चढ़ाव को समझें: भविष्य के लिए रणनीति बनाएं | Global Tension
Gold Silver Price Now | दामों के उतार-चढ़ाव को समझें: भविष्य के लिए रणनीति बनाएं | Global Tension
AMC દક્ષિણ ઝોન ખાતે નેશનલ કોંગ્રેસ પાર્ટી દ્વારા ના.મ્યું.કમિ.દિપક ત્રિવેદી ની નનામી સાથે પુતળા દહન.
AMC દક્ષિણ ઝોન ખાતે નેશનલ કોંગ્રેસ પાર્ટી દ્વારા ના.મ્યું.કમિ.દિપક ત્રિવેદી ની નનામી સાથે પુતળા દહન.
Gehlot के पास ऐसा क्या कि Gandhi Family भी अपनी नहीं चला पा रहा? Netanagri । Rajasthan Election
Gehlot के पास ऐसा क्या कि Gandhi Family भी अपनी नहीं चला पा रहा? Netanagri । Rajasthan Election
ED Summons Arvind Kejriwal: Saurabh Bhardwaj का BJP पर निशाना, बोले- 'Manoj Tiwari क्या भगवान....'
ED Summons Arvind Kejriwal: Saurabh Bhardwaj का BJP पर निशाना, बोले- 'Manoj Tiwari क्या भगवान....'