চৰাইদেউ জিলাৰ ওপৰেদি উৰি যোৱা এটা চুপাৰ চনিক জেট ফাইটাৰ প্লেনে সৃষ্টি কৰা এটা প্ৰচণ্ড শব্দত কঁপি উঠিল জিলাখনত বিস্তীৰ্ণ অঞ্চল। আজি দিনৰ প্ৰায় ১১.৩০ বজাত সংঘটিত হয় এই ঘটনাটো। ইয়াৰ ফলত জিলাখনৰ অন্তৰ্গত ভজো, লংপতিয়া, সাপেখাতি আদি অঞ্চলৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। শব্দটোৰ উৎসটোক লৈ নানা বিভ্ৰান্তিকৰ উৰা বাতৰি বিয়পি পৰে। অৱশ্যে সেনা সূত্ৰে শব্দটো প্ৰকৃততে চুপাৰ চনিক (শব্দৰ গতিবেগতকৈ অধিক গতিত উৰা প্লেইন) ফাইটাৰ প্লেইন এটাইহে সৃষ্টি কৰিছিল বুলি নিশ্চিত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આઈ.ટી.આઈ-ચોટીલા ખાતે તાલુકા કક્ષાનો રોજગાર ભરતીમેળો યોજાયો
રોજગાર કચેરી, સુરેન્દ્રનગર તથા ઔદ્યોગિક તાલીમ સંસ્થા ચોટીલા દ્વારા તાલુકા કક્ષાનો રોજગાર ભરતી...
বড়ো মাধ্যমৰ চাকৰি নিযুক্তি সাক্ষাৎকাৰৰ এখন পুথি।
এতিয়া চিন্তাৰ কাৰণ নাই । চাকৰি নিযুক্তি সাক্ষাৎকাৰত বড়ো মাধ্যমৰ পুথিয়ে বড়ো...
જસદણ શાંતિનગર ગામની વાડી વિસ્તારમાં જાહેરમાં જુગાર રમતા 9 લોકોની જસદણ પોલીસે ધરપકડ કરી
જસદણ શાંતિનગર ગામની વાડી વિસ્તારમાં જાહેરમાં જુગાર રમતા 9 લોકોની જસદણ પોલીસે ધરપકડ કરી ₹27660 નો...
Delhi Ordinance Bill: Delhi Ordinance Bill पर Lalan Singh ने दिया बड़ा बयान?| Breaking News |TOP News
Delhi Ordinance Bill: Delhi Ordinance Bill पर Lalan Singh ने दिया बड़ा बयान?| Breaking News |TOP News
शिवसैनिकांनी घेतली उद्धव ठाकरेंची भेट | Mumbai
शिवसैनिकांनी घेतली उद्धव ठाकरेंची भेट | Mumbai