কন শিশুৰ মনপৰখা অভিনয়ে মৰিগাঁও জিলা পুথিড়ড়াল প্ৰেক্ষাগৃহৰ দৰ্শকক মোহিত কৰি তুলিলে। আজাদী কী অমৃত মহোৎসৱ উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁৱৰ অন্যতম নাট্যগোষ্ঠী সাচিপাতৰ প্ৰযোজনাত স্বাধীনতা দিৱসৰ সন্ধিয়া মঞ্চস্থ কৰা হয় ত্ৰিমুৰ্ত্তি ৪২ । ৪২ ৰ স্বাধীনতা সংগ্ৰামৰ তিনি বীৰ ছহীদ ক্ৰমে বাৰপুজীয়াৰ হেমৰাম পাতৰ, গুনাভিৰাম বৰদলৈ আৰু চৰাইবাহীৰ তিলক ডেকাই বৃটিছৰ বিৰুদ্ধে চলোৱা সংগ্ৰামৰ পটভূমিত জীৱন ভিত্তিত নাটক খনৰ ৰচনা আৰু পৰিচালনা কৰে অজয় ডেকাই। মাত্ৰ আঠদিনৰ প্ৰচেষ্টাৰে প্ৰায় ৪০ মিনিটৰ নাটকখনত নাট্যকাৰে মুক্তিযোদ্ধা ত্ৰয়ৰ তথ্যভিত্তিক উপস্থাপন কৰি অসাধ্য সাধন কৰিছে । লগতে কণ কণ শিশু সকলৰ সাৱলীল অভিনয়, সংগীত আৰু পোহৰৰ প্ৰক্ষেপনে নাটকখনক দিলে অনন্য মাত্ৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Nokia ने लॉन्च किया नया 4G फोन, 1000 mAh बैटरी और 2 इंच की डिस्प्ले से लैस
नोकिया फोन बनाने वाली कंपनी एचएमडी ग्लोबल मार्केट में एक नया 4G फीचर फोन लेकर आई है। फोन में कई...
নাৰায়ণপুৰ পৌৰসভাৰ দ্বাৰা ইন্ডিয়ান স্বচ্ছতা লীগ
নাৰায়ণপুৰ পৌৰসভাৰ দ্বাৰা ইন্ডিয়ান স্বচ্ছতা লীগ
ঐতিহাসিক ঘুনাসুতিত আৰম্ভ হ'ল "পানেই -জংকী" ক্ষেত্ৰৰ কাম-কাজ
ঐতিহাসিক ঘুনাসুতিত আৰম্ভ হ'ল "পানেই -জংকী " ক্ষেত্ৰৰ কাম -কাজ
VIKRAM THAKOR Exclusive Interview on Gujju Media
VIKRAM THAKOR Exclusive Interview on Gujju Media
બીલીમોરા થી અયોધ્યા દોડ લગાવી જતા યુવક યુવતીઓ નુ કાલોલ આગમન
ગુજરાતના બીલીમોરાથી આયોધ્યાય ૧૪૩૦ કી. મી માટે નીકળેલ દોડવીર યુવક યુવતીઓની એક ટીમ કાલોલ ખાતે આવી...