সমগ্ৰ দেশৰ লগতে ধনশিৰি মহকুমাৰ সদৰ সৰুপথাৰটো উদযাপন কৰা হয় ৭৬ সংখ্যক স্বাধীনতা দিৱস। ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱাই পতাকা উত্তোলনৰ পিছতে আৰক্ষী, এন চি চি, স্কাউট গাইড আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী সকলৰ পেৰেড অভিবাদন গ্ৰহণ কৰে। স্বাধীনতা দিৱস উদযাপনৰ বাকৰিত মহকুমাটোৰ মুক্তি যুঁজাৰুৰ পৰিয়ালৰ লোকক মহকুমা প্ৰশাসনে সম্বৰ্ধনা জনায়। লগতে বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বহুকেইজন লোককো প্ৰশাসনে সম্বৰ্ধনা জনায়। ইপিনে মহকুমাধিপতি দিনছেংফা বৰুৱাই পতাকা উত্তোলন কৰা দৃশ্যও সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। কিয়নো ধনশিৰি মহকুমাত পোনপ্ৰথমবাৰৰ বাবে এগৰাকী মহিলা প্ৰশাসনিক বিষয়াই পতাকা উত্তোলন কৰে। উল্লেখ্য যে এইগৰাকী সুদক্ষ অসমীয়া মহিলা প্ৰশাসনিক বিষয়াই যোগদানৰ কম দিনৰ ভিতৰতে নিজা সুকীয়া কৰ্মশৈলীৰে সকলোৰে আপোন হৈ পৰা দেখা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अंता में शराबी ट्रक ड्राइवर ने स्कूली वेन को टक्कर मारी, एक छात्रा की मौत, दो गम्भीर घायल
जिले के अंता में शराबी ट्रक ड्राइवर ने स्कूली वैन को टक्कर मार दी जिससे एक बालिका की मौत हो...
अमृता हाट में बाल कलाकारों ने उमंग के संग बिखेरे सांस्कृतिक रंग, छोटी काशी की प्रतिभाओं का किया सम्मान
बूंदी का दरवाजा पर मंड रही मोरनी" पर थिरके बालगोपालअमृता हाट में बाल कलाकारों ने उमंग के संग...
Sonia Gandhi ने क्यों कहा 'अपना है ', Credit War शुरू हो गई? Parliament special session
Sonia Gandhi ने क्यों कहा 'अपना है ', Credit War शुरू हो गई? Parliament special session
EWSઅનામત પર આજે સુપ્રીમ કોર્ટનો ચુકાદો, જાણો કેન્દ્ર કઈ વાતને કરે છે સમર્થન?
EWSઅનામત પર આજે સુપ્રીમ કોર્ટનો ચુકાદો, જાણો કેન્દ્ર કઈ વાતને કરે છે સમર્થન?
আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদ টাই আহোম ছাত্ৰ সন্থাৰ
বৃহস্পতিবাৰে আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবীৰে তিনিচুকীয়াত তীব্ৰ...