সমগ্ৰ দেশৰ লগতে ধনশিৰি মহকুমাৰ সদৰ সৰুপথাৰটো উদযাপন কৰা হয় ৭৬ সংখ্যক স্বাধীনতা দিৱস। ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱাই পতাকা উত্তোলনৰ পিছতে আৰক্ষী, এন চি চি, স্কাউট গাইড আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী সকলৰ পেৰেড অভিবাদন গ্ৰহণ কৰে। স্বাধীনতা দিৱস উদযাপনৰ বাকৰিত মহকুমাটোৰ মুক্তি যুঁজাৰুৰ পৰিয়ালৰ লোকক মহকুমা প্ৰশাসনে সম্বৰ্ধনা জনায়। লগতে বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বহুকেইজন লোককো প্ৰশাসনে সম্বৰ্ধনা জনায়। ইপিনে মহকুমাধিপতি দিনছেংফা বৰুৱাই পতাকা উত্তোলন কৰা দৃশ্যও সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। কিয়নো ধনশিৰি মহকুমাত পোনপ্ৰথমবাৰৰ বাবে এগৰাকী মহিলা প্ৰশাসনিক বিষয়াই পতাকা উত্তোলন কৰে। উল্লেখ্য যে এইগৰাকী সুদক্ষ অসমীয়া মহিলা প্ৰশাসনিক বিষয়াই যোগদানৰ কম দিনৰ ভিতৰতে নিজা সুকীয়া কৰ্মশৈলীৰে সকলোৰে আপোন হৈ পৰা দেখা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
West Bengal: 'हमारे काम का पैसा नहीं दिया', Mamata Banerjee ने सरकार पर लगाया फंड नहीं देने का आरोप
West Bengal: 'हमारे काम का पैसा नहीं दिया', Mamata Banerjee ने सरकार पर लगाया फंड नहीं देने का आरोप
India sees 3,325 new Covid cases; active caseload at 44,175
India on Tuesday reported 3,325 new Covid-19 cases in the last 24 hours, taking the total tally...
કાલે થઈ શકે છે ગુજરાત વિધાનસભા ચૂંટણીની જાહેરાત
કાલે થઈ શકે છે ગુજરાત વિધાનસભા ચૂંટણીની જાહેરાત
#Gujarat #GujaratElections2022