মাৰ্টিন তিৰ্কী নামৰ ৪২ বছৰীয়া এজন লোকক হত্যা কৰিলে ৩২ বছৰীয়া মাৰিওছ নাগ নামৰ ব্যক্তি এজনে।১৫ আগষ্টৰ নিশা কলিয়াবৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত হাটীগাওঁ ৰ শিয়াল দাঙ্গা বস্তিত সংঘটিত হয় উক্ত ঘটনাটো।পাৰিবাৰিক কন্দলৰ বাবেই ঘটনাটো সংঘটিত হোৱাৰ আশংকা স্থানীয় লোকৰ।