মঙ্গলদৈত চি চি কেমেৰাত বন্দি মোবাইল চুৰি দৃশ্য।

মঙ্গলদৈৰ এখন ব্যক্তিগত নাৰ্ছিং হ'মৰ পৰা চোৰে চোৰ কৰিলে নাৰ্চৰ মোবাইল।

চুৰিৰ সম্পূৰ্ণ দৃশ্য বন্দি চি চি কেমেৰাত।

মঙ্গলদৈ চহৰৰ মাজমজিয়াত থকা দেবচঞ্চ নাৰ্চিং হ‌'মৰ কৰ্তব্যৰত নাৰ্ছ এগৰাকীৰ পৰা শুক্ৰবাৰে চোৰ এটাই চেম্বাৰত কোনো নথকাৰ সুজুগ লৈ মোবাইল ফোন এটি চোৰ কৰি লৈ যায়। জুৰিমা বৰা নামৰ নাৰ্ছ গৰাকীয়ে মঙ্গলদৈ সদৰ থানাত মোবাইল চুৰি সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।