আজি শিৱসাগৰ দৌলমুখ চাৰিআলিত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।অচিৰেই আহোম সহ ছয় জনগোষ্ঠীক জনজাতি কৰণ নকৰিলে অধিক তীব্ৰ আন্দোলন গঢ়ি তুলিব হুংকাৰ প্ৰদান টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ।টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীৰ উপস্থিতিত শতাধিক টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীৰ প্ৰতিবাদ সাব্যস্ত দৌলমুখ চাৰি আলিত।
জনজাতিকৰণৰ দাৱীত দৌলমুখ চাৰিআলিত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমাৰ মন্ত্ৰী প্ৰতিকৃতি দাহ টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ।
