কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ চিমেন চাপৰিস্থিত কাৰ্যালয়ৰ চৌহদত ৭৬ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ জ্যেষ্ঠ বিজ্ঞানী তথা মূৰব্বী ড৹ গুঞ্জন গগৈদেৱে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ কেইবাজনো উদ্যমী কৃষকক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হয়। তদুপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিতো অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ৰ স্বাক্ষৰিত একোখনকৈ প্ৰশংসাপত্ৰ আৰু ফুলাম গামোচাৰে দুজন উদ্যমী কৃষক ক্ৰমে নিলখ তৰালী পথাৰ গাঁৱৰ শ্ৰী ভৱেন শালৈ আৰু ৪ নং বালিগৰা গাঁৱৰ শ্ৰী ধনেশ্বৰ বসুমতাৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত শচীন দলে ডাঙৰীয়া উপস্থিত থাকে। সদৌশেষত কৃষক আৰু কৃষি বিজ্ঞানী সকলৰ মাজত এক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાદરવી પૂનમના મેળા દરમિયાન અંબાજી આવતા યાત્રિકોને વીમા કવચની ભેટ | બનાસકાંઠા:અંબાજી
બનાસકાંઠા:અંબાજીમાં ભરાતા ભાદરવી પૂનમના મેળા દરમિયાન અંબાજી આવતા યાત્રિકોને વીમા કવચની ભેટ...
દિયોદર ના કોતરવાડા માં ચામુંડા માતાજી ની ચોથી વર્ષગાંઠ ઉજવાઈ..
દિયોદરના કોતરવાડા ગામે ચામુંડા માતાજીની ચોથી વર્ષગાંઠ ઉજવાઈ..
દિયોદર તાલુકાના કોતરવાડા...
Lok Sabha Election में Uttarakhand Exit Poll को लेकर सुनिए क्या बोले Congress के नेता? | Aaj Tak
Lok Sabha Election में Uttarakhand Exit Poll को लेकर सुनिए क्या बोले Congress के नेता? | Aaj Tak