ধিঙত হোৱা নাৰকীয় ঘটনাৰ পিছত মিঞাৰ বিৰুদ্ধে অভিযান চলাইছে সদৌ টাই আহোম ছাত্ৰ সন্থাই। ইতিমধ্যে শণিবাৰৰ দিনটোত শিৱসাগৰ আৰু নাজিৰাত মিঞা বিচাৰি অভিযান চলাইছিল সদৌ অসম টাই আহোম ছাত্ সন্থাই।আজিৰ পৰা উজনিৰ প্ৰতিখন আটাছু আঞ্চলিক সমিতিয়ে মিঞা বিচাৰি অভিযান চলাব।মৰাণত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্য্যকৰী সভাপতি দেৱজিত গগৈয়ে ঘোষনা কৰিছে এনেদৰে।এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ মিঞাক সময় সীমা বান্ধিদিছে সদৌঅসম টাই আহোম ছাত্ৰ সন্থাই। আনহাতে মিঞা পক্ষ লোৱা বিধায়ক আব্দুল ৰফিক মণ্ডল আৰু আান দল সংগঠনক তীব্ৰ সঁকিয়নি প্ৰদান কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
*बदलापूर शहर सापडले अतिक्रमणाच्या विळख्यात*
सहा महिन्यापूर्व झालेल्या धडक कारवाई नंतर बदलापूर शहरात पुन्हा एकदा अतिक्रमणाचा विळखा आढताना...
LTTS Forvia Deal: France की Auto Company फोरविया के साथ LTTS का करार | US Market
LTTS Forvia Deal: France की Auto Company फोरविया के साथ LTTS का करार | US Market
આગામી 48 કલાકમાં વરસાદની આગાહી
આગામી 48 કલાકમાં વરસાદની આગાહી
महागाई विरोधात देवरी फाटा येथे विद्यार्थी कॉग्रेसचे आंदोलन
महागाई विरोधात देवरी फाटा येथे विद्यार्थी कॉग्रेसचे आंदोलन