ধিঙত হোৱা নাৰকীয় ঘটনাৰ পিছত মিঞাৰ বিৰুদ্ধে অভিযান চলাইছে সদৌ টাই আহোম ছাত্ৰ সন্থাই। ইতিমধ্যে শণিবাৰৰ দিনটোত শিৱসাগৰ আৰু নাজিৰাত মিঞা বিচাৰি অভিযান চলাইছিল সদৌ অসম টাই আহোম ছাত্ সন্থাই।আজিৰ পৰা উজনিৰ প্ৰতিখন আটাছু আঞ্চলিক সমিতিয়ে মিঞা বিচাৰি অভিযান চলাব।মৰাণত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্য্যকৰী সভাপতি দেৱজিত গগৈয়ে ঘোষনা কৰিছে এনেদৰে।এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ মিঞাক সময় সীমা বান্ধিদিছে সদৌঅসম টাই আহোম ছাত্ৰ সন্থাই। আনহাতে মিঞা পক্ষ লোৱা বিধায়ক আব্দুল ৰফিক মণ্ডল আৰু আান দল সংগঠনক তীব্ৰ সঁকিয়নি প্ৰদান কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હોળી સળગાવતા થયો ચમત્કાર હોળી,હોળી ભજન,હોળી ઉપાય,હોળી 2023 હોળી,હોળી ની
હોળી સળગાવતા થયો ચમત્કાર હોળી,હોળી ભજન,હોળી ઉપાય,હોળી 2023 હોળી,હોળી ની
શહેર જિલ્લાની 24 ચેકપોસ્ટ ઉપર સ્ટેટીક સર્વેલન્સ ટીમની બાજ નજર
શહેર જિલ્લાની 24 ચેકપોસ્ટ ઉપર સ્ટેટીક સર્વેલન્સ ટીમની બાજ નજર
કાલાવાડ શીતળા કોલોનીમાં શહેર ભાજપના શક્તી કેન્દ્રના સંયોજક અને પ્રભારીની બેઠક યોજાઇ.
કાલાવાડ શીતળા કોલોનીમાં શહેર ભાજપના શક્તી કેન્દ્રના સંયોજક અને પ્રભારીની બેઠક યોજાઇ.
सचिन पायलट के करीबी विधायक को विधानसभा से किया गया सस्पेंड, जमकर मच गया बवाल!
कांग्रेस नेता सचिन पायलट के करीबी विधायक मुकेश भाकर को राजस्थान विधानसभा से सस्पेंड कर दिया गया...