হোজাইত সংঘটিত হোৱা ধৰ্ষনৰ ঘটনাক লৈ আজিও বিৰাজ কৰিছে চেপা উত্তেজনা।। ধৰ্ষনকাৰী শিক্ষক বিশ্বজিৎ দাসক ফাঁচী নতুবা এনকাউন্টাৰ কৰাৰ দাবীত আজি হোজাইত ৰবীন্দ্ৰনাথ টেগৰ বিশ্ববিদ্যালয়ৰ পৰা নতুন বজাৰস্থিত শ্বহীদ বেদীলৈকে এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। ধৰ্ষনকাৰীক ফাঁচী দিয়ক নতুবা এনকাউন্টাৰ কৰক আদি শ্লগানৰে দুই সহস্ৰাধিক প্ৰতিবাদীয়ে কঁপাই তোলে হোজাই। বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনে বাহিৰ কৰা প্ৰতিবাদৰ শেষত প্ৰতিবাদী সকলে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰৰ জৰিয়তে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ দাবী জনাই
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिरुरच्या तत्कालीन तहसीलदार यांच्यासह पाच जणांवर गुन्हा दाखल
शिरुर: शिरुर तालुक्यातील महसुल विभागात असलेली खाबुगिरी पुन्हा एकदा चव्हाट्यावर आली असुन शिरुरच्या...
चाचा नेहरू स्कूल में मनाई श्रीकृष्ण जन्माष्टमी व किया सम्मान*
चाचा नेहरू स्कूल में मनाई श्रीकृष्ण जन्माष्टमी व किया सम्मान*
नोखा(सुरेश जैन)
...
This fight between the idea of India and Narendra Modi: Congress leader Rahul Gandhi
This fight between the idea of India and Narendra Modi: Congress leader Rahul Gandhi in Bengaluru
સુરેન્દ્રનગર – દૂધરેજ - વઢવાણ નગરપાલિકાની દિવાલો આપી રહી છે “સ્વચ્છતાનો સંદેશ”
સમગ્ર દેશ અને રાજ્યમાં ચાલી રહેલા “સ્વચ્છતા હી સેવા” અભિયાન અન્વયે સુરેન્દ્રનગર...