চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত মৰান শিশু উদ্যানত মাহমৰা ৰাজহ চক্ৰবিষয়া ইণ্ডিকা গগৈয়ে পতাকা উত্তোলন কৰি ৭৬ সংখ্যক স্বাধীনতা দিৱস উদ্যাপন কৰে। অনুস্থনত মৰান হাট থানাৰ ভাৰ প্ৰাপ্ত বিষয়া অতুল পাটৰ আৰু নগৰৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল। ইয়াৰ পিছত গাওঁবঢ়া ভৱনত অনুস্থিত হোৱা সভাত বিভিন্ন প্ৰতিযোগিতৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰন কৰা হয়।সভাত চক্লবিষয়া ইণ্ডিকা গগৈ দিচাং পানী খণ্ড উন্নয়ন বিষয়া সুনম দাস সমাজ কৰ্মী প্ৰদীপ সেন শৰ্মা অকণ ভুঞা সত্যনাৰায়ন শৰ্মা সাংবাদিক ত্ৰৈলোক্য চুতীয়া নীলমনি ফুকন আৰু অন্যান্য সকল উপস্থিত আছিল। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে জিলা উপায়ুক্তৰ নিৰ্দেশত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে খোজ। কঢ়া শ্লোগান লিখা আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ ৰশ্মি গগৈয়ে এই সভাৰ আঁত ধৰিছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सीएमएचओ ने दिए झोलाछाप के विरुद्ध सघन कार्यवाही करने के निर्देश
जिला कार्यक्रम अधिकारी विजय सिंह ने बताया कि जिला कलक्टर सुशील कुमार यादव के निर्देशानुसार मुख्य...
I tried this and my hair growth got doubled in 1 month-Increase Hair Density with Double Hair Growth
I tried this and my hair growth got doubled in 1 month-Increase Hair Density with Double Hair Growth
ધ્રાંગધ્રા ડીવીઝનના ડી.વાય.એસ.પી સાથે ગેરવર્તન કરતા શખ્સ વિરુધ્ધ ફરીયાદ નોંધાઇ
ધ્રાંગધ્રા ડીવીઝનના ડી.વાય.એસ.પી સાથે પીપળી ગામના શખ્સે ગેરવર્ષન કરતા શખ્સ વિરુધ્ધ ફરીયાદ નોંધાઇ...
રાજ્યમાં ગાયોના ટપોટપ મોત, યુદ્ધના ધોરણે પગલાં ભરવા ઉઠી માંગ ! પવિત્ર શ્રાવણમાં ગાયોનો આર્તનાદ કોણ સાંભળશે ?
કચ્છ અને સૌરાષ્ટ્રમાં આ વર્ષે સારો વરસાદ પડ્યો અને લીલુંછમ ઘાસ ઉગ્યું પણ આ ઘાસ ખાવા માટે ગાયો બચી...