বাংলাদেশত হিন্দু লোকৰ ওপৰত হোৱা অত্যাচাৰ বন্ধৰ দাবীত আজি হোজাইত ৰূপায়ন কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী।।হিন্দুৰক্ষী দলৰ উদ্যোগত ৰূপায়ন কৰা হয় প্ৰতিবাদী সমদল। আবেলি হোজাই কালিবাড়ী অঞ্চলৰ পৰা চহৰৰ মাজেৰে বাহিৰ কৰা প্ৰতিবাদী সমদল হিন্দু সংগঠনৰ প্ৰায় শতাধিক নেতা কৰ্মীয়ে কৰে অংশগ্ৰহণ। ফলত প্ৰতিবাদী সকলে বাংলাদেশত হিন্দু অত্যাচাৰ বন্ধ কৰক শ্লোগানেৰে ৰাজপথ কঁপাই তোলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজাদী কা অমৃত মহোৎসৱ সংহতি ৰাখি খাৰুপেটীয়া ৰামকৃষ্ণ সেৱাশ্ৰমত আজি অনুষ্ঠিত হয় যুৱ সম্মিলন
আজাদী কা অমৃত মহোৎসৱ ক সংহতি ৰাখি আজি খাৰুপেটীয়া ৰামকৃষ্ণ সেৱাশ্ৰম উদ্যোগত অনুষ্ঠিত হয় "যুৱ...
મુખ્યમંત્રી ભૂપેન્દ્ર પટેલની ઉપસ્થિતિમાં ઓડ સમાજનું ગાંધીનગરમાં સ્નેહમિલન યોજાયું
ઓડ સમાજના અગ્રણીઓએ મુખ્યમંત્રીનું ઉષ્માભર્યું અભિવાદન કર્યું
*************
-:મુખ્યમંત્રી:-...
Today's Trending Stocks: जानें आज किन Stocks में निवेशकों की हुई जमकर कमाई और कहां लगी निराशा हाथ?
Today's Trending Stocks: जानें आज किन Stocks में निवेशकों की हुई जमकर कमाई और कहां लगी निराशा हाथ?
Subrata Roy Sahara Death : सुब्रत रॉय ने दुनिया को कहा अलविदा, CM Yogi -Akhilesh Yadav ने क्या बोला?
Subrata Roy Sahara Death : सुब्रत रॉय ने दुनिया को कहा अलविदा, CM Yogi -Akhilesh Yadav ने क्या बोला?
विवाह समारोह मे भाग लेने आये युवक की तबीयत बिगडने से मौत
बून्दी। गुरूवार को शहर के रणजीत निवास मे आयोजित राठौर तेली समाज के सामूहिक विवाह सम्मेलन मे अपने...