শণিবাৰে শিৱসাগৰ যুৱদলত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিক খগেন্দ্ৰ নাথ ভূঞাৰ অভিনন্দন গ্ৰন্থ উন্মোচন কৰে সাহিত্যচাৰ্য অৱসৰ প্ৰাপ্ত অধ্যাপক নাহেন্দ্ৰ পাদুনে।শলগুৰিৰ মুকুল সাহিত্য সভা, ৰংপুৰ সাহিত্য সভা, আৰু জয় সাগৰ সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত এই অভিনন্দন গ্ৰন্থ উন্মোচন সভাত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে শিক্ষাবিদ ৰজনী কান্ত দত্ত, তুৱাৰাম খনিকৰ, ড°শৰৎ শৰ্মা, আৰু ড°জ্যোতিপ্ৰসাদ শইকীয়া।গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী ড° নিৰুপমা মহন্তই। এই সমগ্ৰ কাৰ্য্যসূচীৰ আঁত ধৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তুোষ দত্তই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাটৰ ধনশিৰি নৈৰ বুকুৱেদি চোৰাং গৰু সৰবৰাহৰ বাতৰিৰ প্ৰভাৱ
গোলাঘাটৰ ধনশিৰি নৈৰ বুকুৱেদি চোৰাং গৰু সৰবৰাহৰ বাতৰিৰ প্ৰভাৱ
আমাৰ চেনেলত তথ্য সহকাৰে গৰু...
গোলাঘাট জিলাত গো ধনৰ অবৈধ বেহা এটা অসাধু চক্ৰই নিশা হলেই চোৰাংকৈ গৰু সৰবৰাহ কৰে নাগালেণ্ডলৈ।
গোলাঘাট জিলাত গো ধনৰ অবৈধ বেহা এটা অসাধু চক্ৰই নিশা হলেই চোৰাংকৈ গৰু সৰবৰাহ কৰে নাগালেণ্ডলৈ।
સુધીરભાઇ વાઘાણી દ્વારા મતદાન કરવામાં આવ્યું
સુધીરભાઇ વાઘાણી દ્વારા મતદાન કરવામાં આવ્યું
રાધનપુર પાણી પુરવઠા વિભાગ સામે લોકોનો આક્રોશ | SatyaNirbhay News Channel
રાધનપુર પાણી પુરવઠા વિભાગ સામે લોકોનો આક્રોશ | SatyaNirbhay News Channel
PM Narendra Modi ने अब X पर बनाया नया रिकॉर्ड, 100 मिलियन फॉलोअर्स वाले पहले नेता बने
प्रधानमंत्री नरेंद्र मोदी ने सोशल मीडिया प्लेटफॉर्म X पर नया रिकॉर्ड बना दिया है। इन्होंने अपने...