শণিবাৰে শিৱসাগৰ যুৱদলত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিক খগেন্দ্ৰ নাথ ভূঞাৰ অভিনন্দন গ্ৰন্থ উন্মোচন কৰে সাহিত্যচাৰ্য অৱসৰ প্ৰাপ্ত অধ্যাপক নাহেন্দ্ৰ পাদুনে।শলগুৰিৰ মুকুল সাহিত্য সভা, ৰংপুৰ সাহিত্য সভা, আৰু জয় সাগৰ সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত এই অভিনন্দন গ্ৰন্থ উন্মোচন সভাত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে শিক্ষাবিদ ৰজনী কান্ত দত্ত, তুৱাৰাম খনিকৰ, ড°শৰৎ শৰ্মা, আৰু ড°জ্যোতিপ্ৰসাদ শইকীয়া।গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী ড° নিৰুপমা মহন্তই। এই সমগ্ৰ কাৰ্য্যসূচীৰ আঁত ধৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তুোষ দত্তই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BANNERGHATTA ROAD BANGALORE APOLLO HOSPITALS 150"ROBOTIC COLORECTAL SURGERIES. IN INDIA
BANNERGHATTA ROAD BANGALORE APOLLO HOSPITALS 150"ROBOTIC COLORECTAL SURGERIES. IN INDIA
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ উদয় উমেশ ললিতৰ
ন্যায়াধীশ এন ভি ৰমনাই সৰ্বোচ্চ ন্যায়িক পদৰ পৰা অৱসৰ লোৱাৰ এদিন পিছতে আজি ভাৰতৰ ৪৯ সংখ্যক মুখ্য...
શ્રીજી હેલ્પ સેન્ટર અને આયુષ હોસ્પિટલ દ્વારા ભચાઉ આરોગ્યમં માં નિ:શુલ્ક મેડિકલ નિદાન કેમ્પ યોજાયો
શ્રીજી હેલ્પ સેન્ટર અને આયુષ હોસ્પિટલ દ્વારા ભચાઉ આરોગ્યમં માં નિ:શુલ્ક મેડિકલ નિદાન કેમ્પ યોજાયો
আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস
আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস।সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিশ্ব ফাৰ্মাচিষ্ট...
एक दिवसीय जेण्डर बजट संबंधी आमुखीकरण कार्यशाला 9 अक्टूबर को
एक दिवसीय जेण्डर बजट संबंधी आमुखीकरण कार्यशाला 9 अक्टूबर को
बून्दी। जेण्डर संवेदनशील, जेण्डर...