শিৱসাগৰ জিলাৰ শান্তিপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত শান্তিপুৰ গাঁৱত আজি সাতটা পিএম এৱাই গৃহৰ শুভাৰম্ভ কৰে শান্তিপুৰ গাঁও পঞ্চায়তৰ সভাপতি জিতুৰাজ বৰুৱাই। এই উপলক্ষে পিএম এৱাই গৃহৰ হিতাধিকাৰীৰ পৰিয়াল বৰ্গৰ লগতে ভাৰতীয় জনতা।পাৰ্টিৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।