শণিবাৰে শিৱসাগৰ যুৱদলত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিক খগেন্দ্ৰ নাথ ভূঞাৰ অভিনন্দন গ্ৰন্থ উন্মোচন কৰে সাহিত্যচাৰ্য অৱসৰ প্ৰাপ্ত অধ্যাপক নাহেন্দ্ৰ পাদুনে।শলগুৰিৰ মুকুল সাহিত্য সভা, ৰংপুৰ সাহিত্য সভা, আৰু জয় সাগৰ সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত এই অভিনন্দন গ্ৰন্থ উন্মোচন সভাত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে শিক্ষাবিদ ৰজনী কান্ত দত্ত, তুৱাৰাম খনিকৰ, ড°শৰৎ শৰ্মা, আৰু ড°জ্যোতিপ্ৰসাদ শইকীয়া।গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী ড° নিৰুপমা মহন্তই। এই সমগ্ৰ কাৰ্য্যসূচীৰ আঁত ধৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তুোষ দত্তই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
देवगिरी प्रतिष्ठानच्या वतीने राज्यस्तरीय महाविद्यालयीन वकृत्व स्पर्धेचे आयोजन@news23marathi
देवगिरी प्रतिष्ठानच्या वतीने राज्यस्तरीय महाविद्यालयीन वकृत्व स्पर्धेचे आयोजन@news23marathi
ધ્રાંગધ્રાના નિમકનગર ગંજા વિસ્તારમાં જાહેરમાં જુગાર રમતા પાંચ ઈસમો ને ઝડપી પાડ્યા
ધ્રાંગધ્રાના નિમકનગર ગંજા વિસ્તારમાં જાહેરમાં જુગાર રમતા પાંચ ઈસમો ને ઝડપી પાડ્યા
IPL 2023 में लखनऊ सुपरजायंट्स से जुड़ते ही राम भक्त बना ऑस्ट्रेलिया का प्रमुख ऑलराउंडर, कहा- 'जय श्री राम'
लखनऊ सुपरजायंट्स के मैच को लेकर जितना उत्साह दर्शकों में है उतने ही जोश से लबरेज टीम के खिलाड़ी...
સિહોર તાલુકામાં પણ હર ઘર ત્રિરંગા કાર્યકમ અંતગર્ત ગ્રામસભા યોજાશે
ભાવનગર જિલ્લામાં ‘હર ઘર જલ ઉત્સવ’ અને ‘હર ઘર તિરંગા’ કાર્યક્રમ અંતર્ગત...
ખારિયા નદીના પટમાં રીક્ષા ખાબકી...!
નદીના પટમાં રીક્ષા ખાબકી...!